• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতৰ সন্মুখত শিৰ নত পাকিস্তানৰ! চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ বাবে ডাঙৰ পৰিৱৰ্তন

      Nation NE by Nation NE
      November 8, 2024
      in Top News, ক্ৰীড়া
      0 0
      ভাৰতৰ সন্মুখত শিৰ নত পাকিস্তানৰ! চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ বাবে ডাঙৰ পৰিৱৰ্তন
      Share on FacebookShare on TwitterWhatsApp

      চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত ওলাইছে এক ডাঙৰ আপডেট। ফেব্ৰুৱাৰী মাহত পাকিস্তানে আয়োজন কৰিব চেম্পিয়নছ ট্ৰফী ২০২৫। কিন্তু এই প্ৰতিযোগিতাৰ সূচী এতিয়াও ঘোষণা কৰা নাই আইচিচিয়ে।

      একে সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত সু-সম্পৰ্ক নথকাৰ লগতে পাকিস্তানত ভাৰতৰ নিৰাপত্তাৰ ভাবুকিৰ মাজতো পিচিবি (Pakistan Cricket Board) এতিয়াও আশাবাদী যে, টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ যাব। এনে পৰিস্থিতিত পিচিবিয়ে লাহোৰত টীম ইণ্ডিয়াৰ সকলো খেল ড্ৰাফট সূচীত ৰাখিছিল।

      কিন্তু বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পূৰ্বৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহি আয়োজিত হ’বলগীয়া ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সূচীত পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে।

      পিটিআইৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ মেচসমূহ ইউ এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০২৩ চনত এছিয়া কাপও হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। তেতিয়াও হ’ষ্টিং পাকিস্তানতে আছিল। এনে পৰিস্থিতিত ভাৰতে নিজৰ মেচসমূহ শ্ৰীলংকাত খেলিছিল কাৰণ চৰকাৰে খেলুৱৈসকলক সীমান্ত পাৰ হৈ যাবলৈ অনুমতি দিয়া নাছিল।

      এই দুই স্থানত অনুষ্ঠিত হ’ব পাৰে ভাৰতৰ খেল-

      পিচিবিৰ এক নিৰ্ভৰযোগ্য সূত্ৰই পিটিআইক জনোৱা অনুসৰি, পিচিবিয়ে অনুভৱ কৰে যে ভাৰত চৰকাৰে পাকিস্তান ভ্ৰমণত অনুমোদন নিদিলেও সূচীত কিছু পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। কাৰণ ভাৰতে ডুবাই বা শ্বাৰজাহত নিজৰ মেচ খেলাৰ সকলো সম্ভাৱনা আছে। এনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই বিষয়ত কেতিয়া চূড়ান্ত সিদ্ধান্ত ল’ব সেয়া হ’ব লক্ষণীয়।

      প্ৰতিবেদন অনুসৰি, চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী অহা ১১ নৱেম্বৰত ঘোষণা কৰিব পাৰিব। আচলতে পিচিবিয়ে আইচিচিক হেঁচা প্ৰয়োগ কৰি অহা সপ্তাহৰ ভিতৰত প্ৰতিযোগিতাখনৰ সূচী ঘোষণা কৰিব। সূত্ৰটোৱে কয় যে, পিচিবিয়ে আইচিচিৰ সৈতে কিছু মাহৰ পূৰ্বে প্ৰেৰণ কৰা সম্ভাৱ্য সূচী সম্পৰ্কে আলোচনা কৰিছে আৰু তেওঁলোকে বিচাৰে যে একে সূচী ১১ নৱেম্বৰত ঘোষণা কৰা হওঁক। পিচিবিয়ে আইচিচিক জনাইছে যে, সংশোধিত বাজেটৰ সৈতে বিকল্প পৰিকল্পনা ইতিমধ্যে আছে গতিকে সম্ভাৱ্য সূচী প্ৰকাশ কৰাত পলম কৰাৰ কোনো লাভ নাই।

      সূত্ৰটোৱে জনোৱা মতে, পিচিবিয়ে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে ভাৰতীয় দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিব নে নাই সেয়া নিশ্চিত কৰিবলৈ বিচিচিআইক হেঁচা প্ৰয়োগ কৰিবলৈ কৈছে।

      Tags: #cricketPCBSportsTeam India

      Related Posts

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      July 25, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 25, 2025
      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      শীৰ্ষ সংবাদ

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist