• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ সন্মুখত শিৰ নত পাকিস্তানৰ! চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ বাবে ডাঙৰ পৰিৱৰ্তন

Nation NE by Nation NE
November 8, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতৰ সন্মুখত শিৰ নত পাকিস্তানৰ! চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ বাবে ডাঙৰ পৰিৱৰ্তন
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত ওলাইছে এক ডাঙৰ আপডেট। ফেব্ৰুৱাৰী মাহত পাকিস্তানে আয়োজন কৰিব চেম্পিয়নছ ট্ৰফী ২০২৫। কিন্তু এই প্ৰতিযোগিতাৰ সূচী এতিয়াও ঘোষণা কৰা নাই আইচিচিয়ে।

একে সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত সু-সম্পৰ্ক নথকাৰ লগতে পাকিস্তানত ভাৰতৰ নিৰাপত্তাৰ ভাবুকিৰ মাজতো পিচিবি (Pakistan Cricket Board) এতিয়াও আশাবাদী যে, টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ যাব। এনে পৰিস্থিতিত পিচিবিয়ে লাহোৰত টীম ইণ্ডিয়াৰ সকলো খেল ড্ৰাফট সূচীত ৰাখিছিল।

কিন্তু বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পূৰ্বৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহি আয়োজিত হ’বলগীয়া ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সূচীত পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে।

পিটিআইৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ মেচসমূহ ইউ এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০২৩ চনত এছিয়া কাপও হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। তেতিয়াও হ’ষ্টিং পাকিস্তানতে আছিল। এনে পৰিস্থিতিত ভাৰতে নিজৰ মেচসমূহ শ্ৰীলংকাত খেলিছিল কাৰণ চৰকাৰে খেলুৱৈসকলক সীমান্ত পাৰ হৈ যাবলৈ অনুমতি দিয়া নাছিল।

এই দুই স্থানত অনুষ্ঠিত হ’ব পাৰে ভাৰতৰ খেল-

পিচিবিৰ এক নিৰ্ভৰযোগ্য সূত্ৰই পিটিআইক জনোৱা অনুসৰি, পিচিবিয়ে অনুভৱ কৰে যে ভাৰত চৰকাৰে পাকিস্তান ভ্ৰমণত অনুমোদন নিদিলেও সূচীত কিছু পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। কাৰণ ভাৰতে ডুবাই বা শ্বাৰজাহত নিজৰ মেচ খেলাৰ সকলো সম্ভাৱনা আছে। এনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই বিষয়ত কেতিয়া চূড়ান্ত সিদ্ধান্ত ল’ব সেয়া হ’ব লক্ষণীয়।

প্ৰতিবেদন অনুসৰি, চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী অহা ১১ নৱেম্বৰত ঘোষণা কৰিব পাৰিব। আচলতে পিচিবিয়ে আইচিচিক হেঁচা প্ৰয়োগ কৰি অহা সপ্তাহৰ ভিতৰত প্ৰতিযোগিতাখনৰ সূচী ঘোষণা কৰিব। সূত্ৰটোৱে কয় যে, পিচিবিয়ে আইচিচিৰ সৈতে কিছু মাহৰ পূৰ্বে প্ৰেৰণ কৰা সম্ভাৱ্য সূচী সম্পৰ্কে আলোচনা কৰিছে আৰু তেওঁলোকে বিচাৰে যে একে সূচী ১১ নৱেম্বৰত ঘোষণা কৰা হওঁক। পিচিবিয়ে আইচিচিক জনাইছে যে, সংশোধিত বাজেটৰ সৈতে বিকল্প পৰিকল্পনা ইতিমধ্যে আছে গতিকে সম্ভাৱ্য সূচী প্ৰকাশ কৰাত পলম কৰাৰ কোনো লাভ নাই।

সূত্ৰটোৱে জনোৱা মতে, পিচিবিয়ে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে ভাৰতীয় দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিব নে নাই সেয়া নিশ্চিত কৰিবলৈ বিচিচিআইক হেঁচা প্ৰয়োগ কৰিবলৈ কৈছে।

Tags: #cricketPCBSportsTeam India

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025