• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পানীত খেলি থকা সময়তে শিশুৰ ওপৰত খহি পৰিল মন্দিৰৰ দেৱাল; দুটি শিশুৰ মৃত্যু

Nation NE by Nation NE
September 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
পানীত খেলি থকা সময়তে শিশুৰ ওপৰত খহি পৰিল মন্দিৰৰ দেৱাল; দুটি শিশুৰ মৃত্যু

সংগৃহীত ফটো

Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ সৰণ জিলাত বৃহস্পতিবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এটা মন্দিৰৰ পুৰণি দেৱাল ভাঙি পৰাৰ ফলত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কন্যা শিশু আহত হয়। এই ঘটনাই মৃতকৰ পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা অনুসৰি, নগৰ আৰক্ষী থানা এলেকাৰ সোণাৰপট্টি মহল্লাৰ সাহেবগঞ্জস্থিত কঠিয়া বাবাৰ মন্দিৰৰ সমীপত বানৰ ফলত জমা হোৱা পানীত খেলি থকা সময়তে মন্দিৰৰ পুৰণি দেৱালখন শিশুকেইটাৰ ওপৰত ভাঙি পৰে।

ঘটনা সংঘটিত হোৱাৰ পিছতে শিশু কেইটাক মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে স্থানীয় লোকে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ হাস্পতাল চাপ্ৰালৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সৰ্যু নদীৰ জলস্তৰ বৃদ্ধি পোৱা বাবে অঞ্চলটোত বান সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। সেই বানৰ পানী শিশুকেইটাই খেলি থকা অৱস্থাত মন্দিৰৰ পুৰণি দেৱালখন ভাঙি পৰাৰ ফলত শিশু দুটিৰ মৃত্যু হয়।

Tags: BiharTempleWall Collapsed

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025