• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তিৰুপতিৰ প্ৰসাদ গোচৰ সন্দৰ্ভত ৯ জনীয়া সদস্যৰ SIT গঠন

Nation NE by Nation NE
September 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
তিৰুপতি লাড়ু বিবাদ: বিশুদ্ধ কৰা হয় মন্দিৰ, তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিভিন্ন ৰীতি-নীতি
Share on FacebookShare on TwitterWhatsApp

তিৰুপতি মন্দিৰৰ নৈবেদ্যত নিষিদ্ধ মাংস দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বৰ্তমান এই বিষয়টোৰ অনুসন্ধানৰ বাবে SIT গঠন কৰা হৈছে। এই অনুসন্ধানত গঠন কৰা বিশেষ অনুসন্ধান দলটোৰ নেতৃত্ব দিব IGP শ্ৰেষ্ঠ ত্ৰিপাঠীয়ে। লগতে, এই দলত আৰু ৮ গৰাকী সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ শ্ৰী ভেঙ্কটেশ্বৰ স্বামী মন্দিৰৰ নৈবেদ্যত নিষিদ্ধ মাংস মিহলি কৰাৰ বিতৰ্ক বাঢ়িছে। এতিয়া এই বিষয়টোৰ অনুসন্ধানৰ বাবে এক বিশেষ অনুসন্ধান দল গঠন কৰা হৈছে।

প্ৰসাদৰ ওপৰত এই তদন্তত গঠন কৰা বিশেষ অনুসন্ধান কাৰী দলটোৰ নেতৃত্ব দিব IGP শ্ৰেষ্ঠ ত্ৰিপাঠীয়ে, আনহাতে আৰু ৮ জন সদস্যক এই দলত অন্তৰ্ভুক্ত কৰা হ’ব। বিশাখাপত্তনম ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক DIG গোপীনাথ জেট্টি, কাডাপাৰ আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন ৰাজু, ভেঙ্কট ৰাও, অতিৰিক্ত আৰক্ষী অধীক্ষক, সীথাৰাম ৰাও, উপ আৰক্ষী অধীক্ষক, জে শিৱনাৰায়ণ স্বামী, টি সত্যনাৰায়ণ, পৰিদৰ্শক, কে. উমামহেশ্বৰ, এম সূৰ্যনাৰায়ণ দলটোৰ অংশ।

ইয়াৰ পূৰ্বে এই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। সুৰজিৎ যাদৱ নামৰ এজন ব্যক্তিয়ে আবেদনখনত দাবী কৰে যে, ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক বিষয়টোৰ তদন্তৰ বাবে SIT গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীয়ে কয় যে, বিশ্বাসৰ সৈতে খেলাৰ বাবে দায়বদ্ধ সকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা লোৱা উচিত। যাৰ বাবে এক তদন্ত সমিতি গঠন কৰা হৈছে।

মন্দিৰৰ পৱিত্ৰ প্ৰসাদত ভেজালৰ বাতৰি পোহৰলৈ অহাৰ পিছত, এই সন্দৰ্ভত তীব্ৰ ৰাজনীতিৰ হৈছে। ইয়াৰ বাবে, গোচৰটোৰ তদন্তৰ বাবে বৰ্তমান SIT গঠন কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী পৱন কল্যাণে অলপতে কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই.এছ জগন মোহন ৰেড্ডীয়ে নিজকে ৰক্ষা কৰাৰ প্ৰয়োজন নাই।

এই বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কয় যে, তিৰুপতিৰ প্ৰসাদত নিষিদ্ধ মাংসৰ ভেজাল হোৱাৰ অভিযোগৰ পিছত চৰকাৰে হিন্দু ধৰ্মৰ ওপৰত সাধু, পুৰোহিত আৰু অন্যান্য শীৰ্ষ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰিব আৰু যিকোনো পদক্ষেপ লোৱাৰ পূৰ্বে তেওঁলোকৰ মতামত বিচাৰিব।

Tags: Andhra PoliceAndhra Pradeshtirupati temple

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025