• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ ৫০% শুল্কৰ সমাধান মোদী চৰকাৰৰ! এক শক্তিশালী পৰিকল্পনা, এই ৪ কাম কৰিবলৈ সাজু মোদী

Nation NE by Nation NE
September 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আজি SCO শীৰ্ষ সন্মিলনৰ একেখন মঞ্চত মোদী-জিনপিং-পুটিন
Share on FacebookShare on TwitterWhatsApp

ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ৰপ্তানিৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতৰ ৰপ্তানিত আৰু শ্ৰমিকৰ ওপৰত পৰিব আৰু লাখ লাখ চাকৰিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। অৱশ্যে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মোদী চৰকাৰে এক কৌশল যুগুত কৰিছে।

ক’ভিড লকডাউনৰ সময়ত ৰূপায়ণ কৰা সাহায্য আঁচনিৰ দৰে নতুন আঁচনিসমূহেও সাধাৰণ জনতাৰ লগতে সকলো ব্যৱসায়ীক সকাহ দিব। লগতে আমেৰিকাৰ বাহিৰেও নতুন মাৰ্কেট বিচাৰি উলিওৱা আৰু বিশ্বৰ যোগান শৃংখল শক্তিশালী কৰাৰ বাবে দীৰ্ঘম্যাদী কৌশলৰ কাম চলি আছে।

এক প্ৰতিবেদন অনুসৰি দুগৰাকী উচ্চপদস্থ বিষয়াই কয় যে চৰকাৰে প্ৰথমে নগদ ধনৰ সংকটৰ সমাধান বিচাৰি উলিওৱাত মনোনিৱেশ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰপ্তানি আৰু কৰ্মসংস্থাপন ৰক্ষাৰ বাবে ক’ভিড লকডাউনৰ সময়ত ৰূপায়ণ কৰা আঁচনিৰ কাম চলি আছে। ট্ৰাম্পৰ শুল্কই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে- ধন পৰিশোধ কৰাত পলম হোৱা, সময়মতে সামগ্ৰী যোগান নোপোৱা, অৰ্ডাৰ বাতিল কৰা। নতুন মাৰ্কেট বিচাৰি নোপোৱালৈকে ৰপ্তানিকাৰকসকলক কাম-কাজ অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় সকাহ প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ।

বিষয়াসকলৰ মতে, ক’ৰ’না লকডাউনৰ সময়ত দিয়া এনে সাহায্য পেকেজ পুনৰ চৰকাৰে আনিব পাৰিব৷ বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে এইটো প্ৰয়োজনীয় কাৰণ তেওঁলোকে নগদ ধনৰ সংকটৰ সন্মুখীন হৈছে। চৰকাৰে জৰুৰীকালীন ক্ৰেডিট লাইন নিশ্চয়তা আঁচনি (ইচিএলজিএছ)ৰ দৰে আঁচনিৰ ওপৰত গুৰুত্ব দিব, য’ত ১০০% নিশ্চয়তাৰে জামিন অবিহনে ঋণ দিয়া হ’ব। ইয়াৰ ফলত লাখ লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দেউলীয়া হোৱাৰ পৰা ৰক্ষা পৰিব। এই আঁচনিখনে লকডাউনৰ সময়ত ৬৮ দিনৰ বাবে উদ্যোগটো বন্ধ হৈ থকাৰ সময়তো উদ্যোগসমূহক ৰক্ষা কৰিলে।

বৰ্তমান পৰিস্থিতি আৰু ইয়াৰ প্ৰয়োজন অনুসৰি এই আঁচনিসমূহ সলনি কৰিব পৰা যাব বুলি বিষয়াসকলে জনায়। তাৎক্ষণিক সকাহ দিয়াৰ সমান্তৰালকৈ চৰকাৰে আঁচনিসমূহ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিব যাতে দীৰ্ঘম্যাদী কৌশলও প্ৰস্তুত কৰিব পৰা যায়। নগদ ধন যোগান ধৰাৰ উপৰিও বৰ্তমানৰ বাণিজ্যিক চুক্তিসমূহ শক্তিশালী কৰা আৰু নতুন বজাৰত সুযোগ বিচাৰি উলিওৱাও দ্ৰুতগতিত কৰা হ’ব।

Tags: ExportImporttaxTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025