• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ ৫০% শুল্কৰ সমাধান মোদী চৰকাৰৰ! এক শক্তিশালী পৰিকল্পনা, এই ৪ কাম কৰিবলৈ সাজু মোদী

Nation NE by Nation NE
September 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আজি SCO শীৰ্ষ সন্মিলনৰ একেখন মঞ্চত মোদী-জিনপিং-পুটিন
Share on FacebookShare on TwitterWhatsApp

ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ৰপ্তানিৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতৰ ৰপ্তানিত আৰু শ্ৰমিকৰ ওপৰত পৰিব আৰু লাখ লাখ চাকৰিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। অৱশ্যে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মোদী চৰকাৰে এক কৌশল যুগুত কৰিছে।

ক’ভিড লকডাউনৰ সময়ত ৰূপায়ণ কৰা সাহায্য আঁচনিৰ দৰে নতুন আঁচনিসমূহেও সাধাৰণ জনতাৰ লগতে সকলো ব্যৱসায়ীক সকাহ দিব। লগতে আমেৰিকাৰ বাহিৰেও নতুন মাৰ্কেট বিচাৰি উলিওৱা আৰু বিশ্বৰ যোগান শৃংখল শক্তিশালী কৰাৰ বাবে দীৰ্ঘম্যাদী কৌশলৰ কাম চলি আছে।

এক প্ৰতিবেদন অনুসৰি দুগৰাকী উচ্চপদস্থ বিষয়াই কয় যে চৰকাৰে প্ৰথমে নগদ ধনৰ সংকটৰ সমাধান বিচাৰি উলিওৱাত মনোনিৱেশ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰপ্তানি আৰু কৰ্মসংস্থাপন ৰক্ষাৰ বাবে ক’ভিড লকডাউনৰ সময়ত ৰূপায়ণ কৰা আঁচনিৰ কাম চলি আছে। ট্ৰাম্পৰ শুল্কই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে- ধন পৰিশোধ কৰাত পলম হোৱা, সময়মতে সামগ্ৰী যোগান নোপোৱা, অৰ্ডাৰ বাতিল কৰা। নতুন মাৰ্কেট বিচাৰি নোপোৱালৈকে ৰপ্তানিকাৰকসকলক কাম-কাজ অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় সকাহ প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ।

বিষয়াসকলৰ মতে, ক’ৰ’না লকডাউনৰ সময়ত দিয়া এনে সাহায্য পেকেজ পুনৰ চৰকাৰে আনিব পাৰিব৷ বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে এইটো প্ৰয়োজনীয় কাৰণ তেওঁলোকে নগদ ধনৰ সংকটৰ সন্মুখীন হৈছে। চৰকাৰে জৰুৰীকালীন ক্ৰেডিট লাইন নিশ্চয়তা আঁচনি (ইচিএলজিএছ)ৰ দৰে আঁচনিৰ ওপৰত গুৰুত্ব দিব, য’ত ১০০% নিশ্চয়তাৰে জামিন অবিহনে ঋণ দিয়া হ’ব। ইয়াৰ ফলত লাখ লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দেউলীয়া হোৱাৰ পৰা ৰক্ষা পৰিব। এই আঁচনিখনে লকডাউনৰ সময়ত ৬৮ দিনৰ বাবে উদ্যোগটো বন্ধ হৈ থকাৰ সময়তো উদ্যোগসমূহক ৰক্ষা কৰিলে।

বৰ্তমান পৰিস্থিতি আৰু ইয়াৰ প্ৰয়োজন অনুসৰি এই আঁচনিসমূহ সলনি কৰিব পৰা যাব বুলি বিষয়াসকলে জনায়। তাৎক্ষণিক সকাহ দিয়াৰ সমান্তৰালকৈ চৰকাৰে আঁচনিসমূহ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিব যাতে দীৰ্ঘম্যাদী কৌশলও প্ৰস্তুত কৰিব পৰা যায়। নগদ ধন যোগান ধৰাৰ উপৰিও বৰ্তমানৰ বাণিজ্যিক চুক্তিসমূহ শক্তিশালী কৰা আৰু নতুন বজাৰত সুযোগ বিচাৰি উলিওৱাও দ্ৰুতগতিত কৰা হ’ব।

Tags: ExportImporttaxTrump

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025