• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 27, 2025
27 °c
Guwahati
28 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মুছলমান বিৰোধী ঘৃণা ৰোধৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

      Nation NE by Nation NE
      March 15, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
      0 0
      মুছলমান বিৰোধী ঘৃণা ৰোধৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ
      Share on FacebookShare on TwitterWhatsApp

      ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সমগ্ৰ বিশ্বতে মুছলমান বিৰোধী আৱেগৰ ক্ৰমবৰ্ধমান ঢৌক লৈ আশংকা প্ৰকাশ কৰি চৰকাৰ আৰু ডিজিটেল মঞ্চসমূহক বৈষম্য, বিদেশী ঘৃণা আৰু ঘৃণামূলক ভাষণৰ বিৰুদ্ধে বিশেষ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

      শনিবাৰে পালন কৰা ইছলাম’ফবিয়া প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত ভিডিঅ’যোগে দিয়া ভাষণ গুটেৰেছে মুছলমান সম্প্ৰদায়সমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু বৃদ্ধি পোৱা ঘৃণাৰ ওপৰত আলোকপাত কৰে।

      তেওঁ কয়, ‘আমি মুছলমান বিৰোধী কুসংস্কাৰৰ বিৰক্তিকৰ বৃদ্ধিৰ সাক্ষী হৈ আছো। মানৱ অধিকাৰ আৰু মৰ্যাদা উলংঘা কৰা বৰ্ণগত প্ৰফাইলিং আৰু বৈষম্যমূলক নীতিৰ পৰা আৰম্ভ কৰি ব্যক্তি আৰু ধৰ্মীয় অনুষ্ঠানৰ হিংসালৈকে।’

      কোনো এখন নিৰ্দিষ্ট দেশৰ নাম উল্লেখ নকৰাকৈয়ে গুটেৰেছে চৰকাৰসমূহৰ ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিকোনো গোটৰ বিৰুদ্ধে অসহিষ্ণুতাই সকলোৰে অধিকাৰ আৰু স্বাধীনতাক ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰি তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক অনলাইন ঘৃণামূলক ভাষণ আৰু হাৰাশাস্তিৰ প্ৰচাৰ ৰোধ কৰিবলৈ আহ্বান জনায়।

      ‘যেতিয়া এটা গোটক আক্ৰমণ কৰা হয়, তেতিয়া সকলোৰে অধিকাৰ আৰু স্বাধীনতা বিপদত পৰে। বিশ্ব সম্প্ৰদায় হিচাপে আমি কুসংস্কাৰক নাকচ আৰু নিৰ্মূল কৰিব লাগিব’, ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে এই মন্তব্য কৰে।

      গুটেৰেছে আৰু উল্লেখ কৰে যে মুছলমান মহিলাসকলে প্ৰায়ে ইছলাম’ফবিয়াৰ বোজা বহন কৰে, কাৰণ তেওঁলোকক নিপীড়িত বুলি চিত্ৰিত কৰা হৈছে।

      এই উপলক্ষে গুটেৰেছে বিশ্বৰ নেতা, নাগৰিক সমাজ, আৰু ব্যক্তিসকলক সকলো ধৰ্মৰ লোকে শান্তি আৰু মৰ্যাদাৰে সহাৱস্থান কৰিব পৰাকৈ সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সামূহিক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

      ‘ইছলাম’ফবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ এই আন্তঃৰাষ্ট্ৰীয় দিৱসত আহক আমি একেলগে সমতা, মানৱ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে কাম কৰোঁ, আৰু এনে অন্তৰ্ভুক্ত সমাজ গঢ়ি তোলোঁ য’ত সকলোৱে নিজৰ বিশ্বাস নিৰ্বিশেষে শান্তি আৰু সম্প্ৰীতিৰে জীয়াই থাকিব পাৰিব’, এইদৰে কয় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে।

      Tags: Anti-MuslimAntónio GuterresIslamophobiaUnited Nation

      Related Posts

      এছিয়া কাপত ভাৰত-পাকিস্তানৰ মাজত মেচ, ৩ বাৰকৈ হ’ব পাৰে মুখামখি; সম্পূৰ্ণ সময় সূচী
      Top News

      July 27, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 27, 2025
      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
      Top News

      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

      July 26, 2025
      কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? হাইকমাণ্ডলৈ প্ৰেৰণ ৬ গৰাকীৰ নাম

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      শীৰ্ষ সংবাদ

      এছিয়া কাপত ভাৰত-পাকিস্তানৰ মাজত মেচ, ৩ বাৰকৈ হ’ব পাৰে মুখামখি; সম্পূৰ্ণ সময় সূচী

      দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

      কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? হাইকমাণ্ডলৈ প্ৰেৰণ ৬ গৰাকীৰ নাম

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist