• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰাপত্তাৰ অনিশ্চয়তাত বিগত ৬ মাহ ঘৰি নিজগৃহৰ পৰা আঁতৰি থকা ১১ পৰিয়ালৰ কাহিনী…

Nation NE by Nation NE
February 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰাপত্তাৰ অনিশ্চয়তাত বিগত ৬ মাহ ঘৰি নিজগৃহৰ পৰা আঁতৰি থকা ১১ পৰিয়ালৰ কাহিনী…
Share on FacebookShare on TwitterWhatsApp

বিগত বৰ্ষৰ জুলাইত উত্তৰপ্ৰদেশৰ বাৰেলীৰ শ্বাহী থানা এলেকাৰ অন্তৰ্গত গৌছগঞ্জ গাঁৱত মুহৰৰাম শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। যাৰফলত একাংশ লোকে একে গাঁৱৰ বাসিন্দা হীৰালালৰ পুত্ৰ তেজপালক টানি নি মছজিদত সোমাই প্ৰহাৰ কৰি হত্যা কৰে।

এই ঘটনাৰ বাবেই সমগ্ৰ গাঁওখনতে উত্তেজনা বিয়পি পৰে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে, আৰক্ষীয়ে কেইবাখনো থানা আৰু পিএচি বাহিনী মোতায়েন কৰিবলগীয়া হয়।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি ৫১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। লগতে ১৪জন অভিযুক্তৰ ঘৰত বুলড’জাৰ চলায়। এই পৰিস্থিতিৰ মাজতে এটা বিশেষ সম্প্ৰদায়ৰ ৪০ টাতকৈও অধিক পৰিয়ালে গাঁও এৰি কেইবামাহো পলাই ফুৰে।

পিছে এছ এছ পি অনুৰাগ আৰিয়াৰ নিৰ্দেশমৰ্মে, চি অ’ চিটি পংকজ শ্ৰীবাস্তৱৰ নেতৃত্বত ১১টা পৰিয়ালক ঘৰলৈ ওভোতাই পঠিওৱা হয়। লগতে আৰক্ষীয়ে এই পৰিয়ালসমূহক আশ্বাস দিয়ে যে, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু।

উল্লেখ্য যে, বিগত ৬ মাহ এই পৰিয়াসসমূহে অতি কঠিনভাৱে জীৱন কটাবলগীয়া হৈছিল। ঘৰৰ পৰা আঁতৰি থকাৰ বাবে তেওঁলোকৰ শিশুৰ শিক্ষাৰ ওপৰতো প্ৰভাৱ পৰে।

এই গাঁওত শান্তি বজাই ৰাখিবলৈ আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। ২৪ ঘণ্টাই আৰক্ষী নিয়োজিত হৈ থকাৰ লগতে ৰখা হৈছে এটা স্থায়ী আৰক্ষী চকী। লগতে সমগ্ৰ অঞ্চলটোত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা। প্ৰ

এই সমগ্ৰ ঘটনাৰ পিছত প্ৰশাসনে কয় যে, বাকী থকা প্ৰব্ৰজিত পৰিয়ালবোৰকো অতিশীঘ্ৰে নিৰাপদে নিজ গৃহলৈ ওভোতাই অনা হ’ব।

Tags: BareliUttar PradeshVillage

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025