• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰাপত্তাৰ অনিশ্চয়তাত বিগত ৬ মাহ ঘৰি নিজগৃহৰ পৰা আঁতৰি থকা ১১ পৰিয়ালৰ কাহিনী…

Nation NE by Nation NE
February 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰাপত্তাৰ অনিশ্চয়তাত বিগত ৬ মাহ ঘৰি নিজগৃহৰ পৰা আঁতৰি থকা ১১ পৰিয়ালৰ কাহিনী…
Share on FacebookShare on TwitterWhatsApp

বিগত বৰ্ষৰ জুলাইত উত্তৰপ্ৰদেশৰ বাৰেলীৰ শ্বাহী থানা এলেকাৰ অন্তৰ্গত গৌছগঞ্জ গাঁৱত মুহৰৰাম শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। যাৰফলত একাংশ লোকে একে গাঁৱৰ বাসিন্দা হীৰালালৰ পুত্ৰ তেজপালক টানি নি মছজিদত সোমাই প্ৰহাৰ কৰি হত্যা কৰে।

এই ঘটনাৰ বাবেই সমগ্ৰ গাঁওখনতে উত্তেজনা বিয়পি পৰে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে, আৰক্ষীয়ে কেইবাখনো থানা আৰু পিএচি বাহিনী মোতায়েন কৰিবলগীয়া হয়।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি ৫১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। লগতে ১৪জন অভিযুক্তৰ ঘৰত বুলড’জাৰ চলায়। এই পৰিস্থিতিৰ মাজতে এটা বিশেষ সম্প্ৰদায়ৰ ৪০ টাতকৈও অধিক পৰিয়ালে গাঁও এৰি কেইবামাহো পলাই ফুৰে।

পিছে এছ এছ পি অনুৰাগ আৰিয়াৰ নিৰ্দেশমৰ্মে, চি অ’ চিটি পংকজ শ্ৰীবাস্তৱৰ নেতৃত্বত ১১টা পৰিয়ালক ঘৰলৈ ওভোতাই পঠিওৱা হয়। লগতে আৰক্ষীয়ে এই পৰিয়ালসমূহক আশ্বাস দিয়ে যে, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু।

উল্লেখ্য যে, বিগত ৬ মাহ এই পৰিয়াসসমূহে অতি কঠিনভাৱে জীৱন কটাবলগীয়া হৈছিল। ঘৰৰ পৰা আঁতৰি থকাৰ বাবে তেওঁলোকৰ শিশুৰ শিক্ষাৰ ওপৰতো প্ৰভাৱ পৰে।

এই গাঁওত শান্তি বজাই ৰাখিবলৈ আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। ২৪ ঘণ্টাই আৰক্ষী নিয়োজিত হৈ থকাৰ লগতে ৰখা হৈছে এটা স্থায়ী আৰক্ষী চকী। লগতে সমগ্ৰ অঞ্চলটোত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা। প্ৰ

এই সমগ্ৰ ঘটনাৰ পিছত প্ৰশাসনে কয় যে, বাকী থকা প্ৰব্ৰজিত পৰিয়ালবোৰকো অতিশীঘ্ৰে নিৰাপদে নিজ গৃহলৈ ওভোতাই অনা হ’ব।

Tags: BareliUttar PradeshVillage

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025