• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বদ্ৰীনাথত ভয়ংকৰ হিমস্খলনৰ ঘটনা; বিশাল বৰফৰ টুকুৰাৰ তলত আৱদ্ধ ৪৭জন শ্ৰমিক

Nation NE by Nation NE
February 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বদ্ৰীনাথত ভয়ংকৰ হিমস্খলনৰ ঘটনা; বিশাল বৰফৰ টুকুৰাৰ তলত আৱদ্ধ ৪৭জন শ্ৰমিক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হোৱা শিহৰণকাৰী হিমস্খলনৰ বাবে পথ নিৰ্মাণত নিয়োজিত ৪৭ জন শ্ৰমিক বিশাল বৰফৰ টুকুৰাৰ তলত আবদ্ধ হৈ পৰিছে। বিষয়াসকলে জনোৱা মতে, বদ্ৰীনাথৰ মানা গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্ত পথ সংস্থাৰ নিৰ্মাণ কৰ্মীসকলে কাম কৰি আছিল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে উদ্ধাৰ অভিযানত আইটিবিপি আৰু সেনা জোৱান নিয়োজিত হৈ আছে।

সীমান্ত পথ সংস্থা হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীক সহায় কৰা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অংশ। আৰক্ষী মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ আই জি নীলেশ আনন্দ ভৰাণে জনোৱা মতে, ৫৭ জন শ্ৰমিকৰ ভিতৰত ১০ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে।

আনহাতে বিষয়াগৰাকীয়ে এটা সংবাদ সংস্থাৰ আগত কয়, ‘মানা সীমান্তৱৰ্তী অঞ্চলৰ সীমান্ত পথ সংস্থাৰ শিবিৰৰ সমীপত এক ভয়ংকৰ হিমস্খলন সংঘটিত হৈছে, য’ত পথ নিৰ্মাণত নিয়োজিত ৫৭ জন শ্ৰমিক আবদ্ধ হৈ আছে। ইয়াৰে ১০ জন শ্ৰমিকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত মানাৰ সমীপৰ সেনা শিবিৰলৈ প্ৰেৰণ কৰা হৈছে।’

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে আই টি বি পি আৰু বি আৰ অ’ৰ দ্বাৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে। তেওঁ লগতে হিমস্খলনত আৱদ্ধ হৈ থকা লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি প্ৰচণ্ড তুষাৰপাতৰ বাবে আই টি বিপিয়ে উদ্ধাৰ অভিযান বন্ধ কৰি দিছে। মানা গাঁৱৰ নিজৰ শিবিৰলৈ উভতিছে আই টি বি পিৰ জোৱানসকল।

জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে জনোৱা মতে, যি স্থানত হিমস্খলন সংঘটিত হৈছিল, তাত প্ৰায় আঠ ফুট বৰফ জমা হৈছে। বতৰ স্বাভাৱিক হ’লেই পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ’ব।

Tags: BROGlacier BurstITBPUttarakhand

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025