• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বদ্ৰীনাথত ভয়ংকৰ হিমস্খলনৰ ঘটনা; বিশাল বৰফৰ টুকুৰাৰ তলত আৱদ্ধ ৪৭জন শ্ৰমিক

Nation NE by Nation NE
February 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বদ্ৰীনাথত ভয়ংকৰ হিমস্খলনৰ ঘটনা; বিশাল বৰফৰ টুকুৰাৰ তলত আৱদ্ধ ৪৭জন শ্ৰমিক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হোৱা শিহৰণকাৰী হিমস্খলনৰ বাবে পথ নিৰ্মাণত নিয়োজিত ৪৭ জন শ্ৰমিক বিশাল বৰফৰ টুকুৰাৰ তলত আবদ্ধ হৈ পৰিছে। বিষয়াসকলে জনোৱা মতে, বদ্ৰীনাথৰ মানা গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্ত পথ সংস্থাৰ নিৰ্মাণ কৰ্মীসকলে কাম কৰি আছিল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে উদ্ধাৰ অভিযানত আইটিবিপি আৰু সেনা জোৱান নিয়োজিত হৈ আছে।

সীমান্ত পথ সংস্থা হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীক সহায় কৰা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অংশ। আৰক্ষী মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ আই জি নীলেশ আনন্দ ভৰাণে জনোৱা মতে, ৫৭ জন শ্ৰমিকৰ ভিতৰত ১০ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে।

আনহাতে বিষয়াগৰাকীয়ে এটা সংবাদ সংস্থাৰ আগত কয়, ‘মানা সীমান্তৱৰ্তী অঞ্চলৰ সীমান্ত পথ সংস্থাৰ শিবিৰৰ সমীপত এক ভয়ংকৰ হিমস্খলন সংঘটিত হৈছে, য’ত পথ নিৰ্মাণত নিয়োজিত ৫৭ জন শ্ৰমিক আবদ্ধ হৈ আছে। ইয়াৰে ১০ জন শ্ৰমিকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত মানাৰ সমীপৰ সেনা শিবিৰলৈ প্ৰেৰণ কৰা হৈছে।’

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে আই টি বি পি আৰু বি আৰ অ’ৰ দ্বাৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে। তেওঁ লগতে হিমস্খলনত আৱদ্ধ হৈ থকা লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি প্ৰচণ্ড তুষাৰপাতৰ বাবে আই টি বিপিয়ে উদ্ধাৰ অভিযান বন্ধ কৰি দিছে। মানা গাঁৱৰ নিজৰ শিবিৰলৈ উভতিছে আই টি বি পিৰ জোৱানসকল।

জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে জনোৱা মতে, যি স্থানত হিমস্খলন সংঘটিত হৈছিল, তাত প্ৰায় আঠ ফুট বৰফ জমা হৈছে। বতৰ স্বাভাৱিক হ’লেই পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ’ব।

Tags: BROGlacier BurstITBPUttarakhand

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025