• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলত ১৩ বছৰীয়া বিস্ফোৰক বেটাৰ; দৃষ্টি নিৱদ্ধ বৈভৱৰ ওপৰত…

Nation NE by Nation NE
March 14, 2025
in Top News, ক্ৰীড়া
0 0
আই পি এলত ১৩ বছৰীয়া বিস্ফোৰক বেটাৰ; দৃষ্টি নিৱদ্ধ বৈভৱৰ ওপৰত…
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথমখন খেল। ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। বিগত ছিজনত কলকাতাই দখল কৰিছিল আই পি এলৰ খিতাপ।

আনহাতে ৰাজস্থান ৰয়েলছে ২৩ মাৰ্চত আৰম্ভ কৰিব অভিযান। মেচখনত ৰাজস্থানৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। আগন্তুক ছিজনৰ বাবে ৰাজস্থান ৰয়েলছে মেগা নিলামত ক্ৰয় কৰিছিল ১৩ বছৰীয়া খেলুৱৈ বৈভৱ সূৰ্যবংশীক।

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ্ব দলৰ হৈ কেইবাবাৰো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে বৈভৱে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন মেচত তেওঁ মাৰাত্মক প্ৰদৰ্শন আগবঢ়াইছিল। মাত্ৰ ৫৮টা বলত শতক অৰ্জন কৰিছিল বৈভৱে।

২০২৪ চনৰ ১৯ ​​বছৰ অনুৰ্ধ্ব এছিয়া কাপতো বৈভৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। শ্ৰীলংকাৰ বিৰুদ্ধে ছেমি ফাইনেলত ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰে। এই খেলখনত ৩৬টা বলত বৈভৱে ৬৭ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ ইনিংছত আছিল ৬টা চাৰি আৰু ৫টা ছয়।

বিভিন্ন প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই চৰ্চাত থকা বৈভৱ আই পি এলৰ আটাইতকৈ কম বয়সীয়া কোটিপতি ক্ৰিকেটাৰ। ৰাজস্থান ৰয়েলছে ১.১০ কোটি টকাত ক্ৰয় কৰিছিল বৈভৱক। বৈভৱৰ বেছ প্ৰাইজ আছিল ৩০ লাখ টকা।

উল্লেখ্য যে, বিহাৰত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ্ব প্ৰতিযোগিতাত অপৰাজিত ৩৩২ ৰানৰ ইনিংছ খেলিছিল বৈভৱে। তেওঁ এই পৰ্যন্ত ৫ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। আনহাতে লিষ্ট এ মেচ খেলিছে ৬ খন। তেওঁ ১৩২ ৰান সংগ্ৰহ কৰিছে। আছে এটা অৰ্ধশতক। তেওঁ বিহাৰৰ হৈ বৰোদাৰ বিৰুদ্ধে ৭১ ৰানৰ ইনিংছ খেলিছিল।

Tags: IPLRajasthan RoyalsVaibhav Suryavanshi

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025