• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলত ১৩ বছৰীয়া বিস্ফোৰক বেটাৰ; দৃষ্টি নিৱদ্ধ বৈভৱৰ ওপৰত…

Nation NE by Nation NE
March 14, 2025
in Top News, ক্ৰীড়া
0 0
আই পি এলত ১৩ বছৰীয়া বিস্ফোৰক বেটাৰ; দৃষ্টি নিৱদ্ধ বৈভৱৰ ওপৰত…
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথমখন খেল। ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। বিগত ছিজনত কলকাতাই দখল কৰিছিল আই পি এলৰ খিতাপ।

আনহাতে ৰাজস্থান ৰয়েলছে ২৩ মাৰ্চত আৰম্ভ কৰিব অভিযান। মেচখনত ৰাজস্থানৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। আগন্তুক ছিজনৰ বাবে ৰাজস্থান ৰয়েলছে মেগা নিলামত ক্ৰয় কৰিছিল ১৩ বছৰীয়া খেলুৱৈ বৈভৱ সূৰ্যবংশীক।

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ্ব দলৰ হৈ কেইবাবাৰো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে বৈভৱে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন মেচত তেওঁ মাৰাত্মক প্ৰদৰ্শন আগবঢ়াইছিল। মাত্ৰ ৫৮টা বলত শতক অৰ্জন কৰিছিল বৈভৱে।

২০২৪ চনৰ ১৯ ​​বছৰ অনুৰ্ধ্ব এছিয়া কাপতো বৈভৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। শ্ৰীলংকাৰ বিৰুদ্ধে ছেমি ফাইনেলত ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰে। এই খেলখনত ৩৬টা বলত বৈভৱে ৬৭ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ ইনিংছত আছিল ৬টা চাৰি আৰু ৫টা ছয়।

বিভিন্ন প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই চৰ্চাত থকা বৈভৱ আই পি এলৰ আটাইতকৈ কম বয়সীয়া কোটিপতি ক্ৰিকেটাৰ। ৰাজস্থান ৰয়েলছে ১.১০ কোটি টকাত ক্ৰয় কৰিছিল বৈভৱক। বৈভৱৰ বেছ প্ৰাইজ আছিল ৩০ লাখ টকা।

উল্লেখ্য যে, বিহাৰত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ্ব প্ৰতিযোগিতাত অপৰাজিত ৩৩২ ৰানৰ ইনিংছ খেলিছিল বৈভৱে। তেওঁ এই পৰ্যন্ত ৫ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। আনহাতে লিষ্ট এ মেচ খেলিছে ৬ খন। তেওঁ ১৩২ ৰান সংগ্ৰহ কৰিছে। আছে এটা অৰ্ধশতক। তেওঁ বিহাৰৰ হৈ বৰোদাৰ বিৰুদ্ধে ৭১ ৰানৰ ইনিংছ খেলিছিল।

Tags: IPLRajasthan RoyalsVaibhav Suryavanshi

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025