• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খেলপথাৰত নমাৰ লগে লগেই বিশেষ অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী

Nation NE by Nation NE
March 4, 2025
in Top News, ক্ৰীড়া
0 0
খেলপথাৰত নমাৰ লগে লগেই বিশেষ অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত কোহলীয়ে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

আজিৰ মেচখন খেলিবলৈ খেলপথাৰত নমাৰ লগে লগে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫০ খন মেচ খেলা তৃতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয় কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া খেলা ভাৰতীয় ক্ৰিকেটাৰ হৈছে শচীন তেণ্ডুলকাৰ।

তেণ্ডুলকাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল ৭১খন মেচ। আনহাতে ৫৫খন মেচ খেলি এই তালিকাৰ দ্বিতীয় স্থানত আছে মহেন্দ্ৰ সিং ধোনী। আনহাতে ৰোহিতে এতিয়ালৈকে ৪৬খন মেচ খেলিছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া মেচ খেলা ভাৰতীয় ক্ৰিকেটাৰ

৭১- শচীন তেণ্ডুলকাৰ

৫৫- এম এছ ধোনী

৫০*- বিৰাট কোহলী

৪৬*- ৰোহিত শৰ্মা

৪৫*- ৰবীন্দ্ৰ জাদেজা

উল্লেখ্য যে, আজিৰ মেচখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। এই মেচখনত ভাৰতৰ মূল একাদশত কোনো ধৰণৰ সালসলনি হোৱা নাই। ইফালে অষ্ট্ৰেলিয়া দলত দুটা সলনি ঘটোৱা হৈছে। আজিৰ মেচখনত মেথিউ শ্বৰ্টৰ ঠাইত কুপৰ কোনৌলী আৰু স্পেন্সাৰ জনচনৰ ঠাইত তনবীৰ জাংঘাক স্থান দিয়া হৈছে।

Tags: Champions TrophyIndia vs AustraliaSemi FinalVirat Kohli

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025