• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বংগত প্ৰযোজ্য হ’ব নিদিও ৱাকফ আইন : মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা

Nation NE by Nation NE
April 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বংগত প্ৰযোজ্য হ’ব নিদিও ৱাকফ আইন : মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিম বংগত চলি থকা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত এই বিতৰ্কিত আইনখন বলবৎ হ’বলৈ নিদিও বুলি মন্তব্য কৰিছে।

মমতা বেনাৰ্জীয়ে কয়, ‘ৱাকফ আইন কেন্দ্ৰীয় চৰকাৰে বনাইছে। আমি বংগত ৱাকফ ৰূপায়ণ কৰিবলৈ নিদিও। আমি এই আইনখনক সমৰ্থন নকৰো।’

ইফালে মুৰ্ছিদাবাদত হোৱা হিংসাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মমতা বেনাৰ্জীয়ে জনসাধাৰণক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।

মুৰ্ছিদাবাদত হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে সামাজিক মাধ্যম ‘এক্স’ত পোষ্ট কৰি কয়, ‘সকলো ধৰ্মৰ লোকলৈ মোৰ বিনম্ৰ আহ্বান যে অনুগ্ৰহ কৰি শান্ত, সংযত হৈ থাকক। ধৰ্মৰ নামত কোনো ধৰণৰ অধৰ্মীয় কামত লিপ্ত নহ’ব। প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া, ৰাজনীতিৰ বাবে দাঙ্গাক উচটনি নিদিব। যিসকলে দাঙ্গাক উচটনি দিছে তেওঁলোকে সমাজৰ ক্ষতি কৰিছে।’

মুখ্যমন্ত্রী বেনাৰ্জীয়ে কয়, ‘মনত ৰাখিব, মুছলমান সম্প্ৰদায়ৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা এই আইনখন আমি বনোৱা নাই। এই আইনখন কেন্দ্ৰীয় চৰকাৰে আনিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইয়াৰ উত্তৰ বিচাৰিব লাগে।’

তেওঁ লগতে কয়, ‘আমি এই বিষয়ত আমাৰ স্থিতি স্পষ্ট কৰি দিছো – আমি এই আইনখনক সমৰ্থন নকৰো। আমাৰ ৰাজ্যত এই আইন কাৰ্যকৰী নহ’ব। গতিকে প্ৰতিবাদৰ নামত হিংসা কিয়?’

আনহাতে ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে কৰা প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাক উচটনি দিয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

Tags: Mamata BanerjeeWAQFWest Bengal

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025