• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ সংশোধনী আইনক লৈ মুৰ্ছিদাবাদত ক্ষোভ, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি প্ৰতিবাদকাৰীৰ

Nation NE by Nation NE
April 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত নীতিশ-লালুৰ দলে কৰিলে ভিন-ভিন দাবী, জানক কি ক’লে…
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ মুছলমান অধ্যুষিত মুৰ্ছিদাবাদ জিলাত ৮ এপ্ৰিলত ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে তেওঁলোকৰ বাহনত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই কাণ্ড সংঘটিত হৈছে জাংগীপুৰ অঞ্চলত য’ত বিয়লিৰ ভাগত এই আইন প্ৰত্যাহাৰৰ দাবীত বৃহৎ সংখ্যক লোক সমবেত হৈছিল।

জিলাখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰতিবাদকাৰীসকলে অঞ্চলটোত নিয়োজিত আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ লগতে একাংশ আৰক্ষীৰ বাহনত অগ্নিসংযোগো কৰে। এই কাণ্ডৰ পিছতে অঞ্চলটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

উল্লেখযোগ্য যে ৩ এপ্ৰিলৰ নিশা লোকসভাত আৰু ৪ এপ্ৰিলৰ মাজনিশাৰ পিছত ৰাজ্যসভাই ৱাকফ (সংশোধনী) বিধেয়কখন গৃহীত কৰে।ইয়াৰ পিছত ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বিধেয়কখনত অনুমোদন জনায় আৰু ইয়াৰ পিছৰে পৰা সমগ্ৰ দেশতে এই বিধেয়ক বলবৎ হৈছে। চৰকাৰে অধিসূচনা জাৰি কৰি এই তথ্য দিয়ে।

একে সময়তে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে এই বিধেয়কখন সমৰ্থন কৰাৰ বিপৰীতে বিৰোধী দলৰ ‘ভাৰত’ মিত্ৰজোঁটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আইনৰ বিৰুদ্ধে বহু মুছলমান সংগঠন আৰু বিৰোধী সাংসদে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

চৰকাৰে কয় যে এই আইনখন স্বচ্ছতা বৃদ্ধি, পিছপৰা মুছলমান আৰু মহিলা সবলীকৰণৰ বাবে অনা হৈছে। একে সময়তে বিৰোধীয়ে কয় যে, এই আইনখন সংবিধানৰ বিৰুদ্ধে আৰু ই মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে।

Tags: muslimWAQFWest Bengal

Related Posts

শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025

শীৰ্ষ সংবাদ

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025