• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মমতা নে মোদী…. পশ্চিম বংগৰ উপ-নিৰ্বাচনত কাৰ চলিছে যাদু, জানো আহক কোন ক’ত আগবাঢ়িছে

Nation NE by Nation NE
July 13, 2024
in Top News, BIG BREAKING, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
মমতা নে মোদী…. পশ্চিম বংগৰ উপ-নিৰ্বাচনত কাৰ চলিছে যাদু, জানো আহক কোন ক’ত আগবাঢ়িছে
Share on FacebookShare on TwitterWhatsApp

লোকসভা নিৰ্বাচনত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ দপদপনি অব্যাহত আছে পশ্চিম বংগত। এইবাৰ বিধানসভা উপ-নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰাৰ দিশে আগবাঢ়িছে তৃণমূল কংগ্ৰেছ।

মানিকতলা বিধানসভা সমষ্টিৰ বাবে হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা কলকাতাৰ ৰবীন্দ্ৰ ভাৰতীয় বিশ্ববিদ্যালয়ত চলি আছে। প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী কল্যাণ চৌবেতকৈ বহু ভোটত আগবাঢ়ি আছে তৃণমূলৰ প্ৰাৰ্থী সুপ্তী পাণ্ডে।

ইফালে নাদিয়া জিলাৰ ৰাণাঘাট দক্ষিণ বিধানসভা সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ মনোজ কুমাৰ বিশ্বাস আৰু তৃণমূলৰ প্ৰাৰ্থী মুকুল মণি অধিকাৰীৰ মাজত। ইয়াতো প্ৰথম ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে মকুল মণি।

উত্তৰী দিনাজপুৰ জিলাৰ ৰায়গঞ্জ সমষ্টিত আগবাঢ়ি আছে তৃণমূলৰ কৃষ্ণ কল্যাণী। দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বহু ভোটত পিছ পৰি আছে বিজেপিৰ মানস কুমাৰ ঘোষ।

বাগদা বিধানসভা সমষ্টিৰ পৰাও বিজেপিৰ বাবে আহিছে বেয়া খবৰ। উত্তৰ দিনাজপুৰ জিলাত বাগদা বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত আগবাঢ়ি আছে তৃণমূলৰ প্ৰাৰ্থী মধুপৰ্ণা ঠাকুৰ, আনহাতে পিছ পৰি আছে বিজেপিৰ প্ৰাৰ্থী বিনয় বিশ্বাস।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ইয়াত লোকসভাৰ ৪২খন আসনৰ ভিতৰত তৃণমূলে ২৯খন আসন লাভ কৰাৰ বিপৰীতে মাত্ৰ ১২খন আসনতে সীমাবদ্ধ হৈছিল বিজেপি।

Tags: Assembly BypollsBJPElection ResultsTMCWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025