• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 23, 2026
28 °c
Guwahati
29 ° Fri
24 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব ভাৰতে, হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
April 18, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?
Share on FacebookShare on TwitterWhatsApp

হৰমুজ সংকটৰ মাজতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ ভাৰতৰ ৰেহাই বৃদ্ধি কৰিছে আমেৰিকাই। ট্ৰাম্পৰ ট্ৰেজাৰী সচিব স্কট বেছাণ্টে আমেৰিকাই এই ৰেহাই বৃদ্ধি নকৰে বুলি কোৱাৰ দুদিন পিছতে ট্ৰাম্প প্ৰশাসনে এই সিদ্ধান্ত লৈছে। আমেৰিকাই এই ৰেহাই প্ৰায় ১ মাহৰ বাবে বৃদ্ধি কৰিছে।

এক প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে গভীৰ নিশা আমেৰিকাৰ কোষাগাৰ বিভাগে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰি ৰাছিয়াৰ তেল কঢ়িয়াই অনা জাহাজসমূহে ১৬ মে’লৈকে লেনদেন কৰিব পাৰিব। ট্ৰাম্পৰ কোষাগাৰ সচিব স্কট বেছাণ্টে এই ৰেহাই বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা নাই বুলি ৰাজহুৱাভাৱে ইংগিত দিয়াৰ মাত্ৰ দুদিন পিছতে এই পদক্ষেপ লোৱা হৈছে। অৱশ্যে নিৰ্দিষ্ট চৰ্তত ক্ৰয় অব্যাহত ৰখাৰ অনুমতি দিলেও ইৰাণ, কিউবা আৰু উত্তৰ কোৰিয়াৰ সৈতে জড়িত লেনদেনসমূহ ইয়াত স্পষ্টভাৱে বাদ দিয়া হৈছে। অৰ্থাৎ এই ৰেহাইৰ অধীনত কোনো দেশেই ইৰাণ, কিউবা, উত্তৰ কোৰিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰিব।

অৱশ্যে আমেৰিকাৰ এই পদক্ষেপক আমেৰিকাৰ সাংসদসকলে সমালোচনা কৰে। তেওঁলোকে যুক্তি দিছিল যে এই নিষেধাজ্ঞা ৰেহাই ইৰাণৰ অৰ্থনীতিত সহায় কৰিব, যিহেতু ইৰানে আমেৰিকাৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছে। একেদৰে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলেও ইয়াৰ অৰ্থনীতিত সহায়ক হ’ব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিশেষ দূত কিৰিল ডিমিট্ৰিয়েভে কয় যে, প্ৰথমটো ৰেহাইৰ ফলত ৰাছিয়াৰ ১০ কোটি বেৰেল খাৰুৱা তেল মুক্ত হ’ব, যিটো প্ৰায় এদিনৰ বিশ্বব্যাপী উৎপাদনৰ সমতুল্য। এই নিষেধাজ্ঞা সকাহৰ ফলত বিশ্বৰ তেলৰ যোগান সাময়িকভাৱে বৃদ্ধি পাব পাৰে যদিও ইৰাণে হৰমুজ জলদ্বীপ আংশিকভাৱে বন্ধ কৰাৰ ফলত পেট্ৰলিয়ামৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। কিয়নো যুদ্ধৰ পূৰ্বে বিশ্বৰ প্ৰায় ২০% তেল আৰু গেছ হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ গৈছিল।

Tags: AmericaIranWar

Related Posts

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা
Top News

April 23, 2026
বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 23, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026
ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

April 22, 2026

শীৰ্ষ সংবাদ

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025