• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যশস্বী জয়ছৱালৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ; ভংগ হ’ল শুভমনৰ ৰেকৰ্ড

Nation NE by Nation NE
March 27, 2025
in Top News, ক্ৰীড়া
0 0
যশস্বী জয়ছৱালৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ; ভংগ হ’ল শুভমনৰ ৰেকৰ্ড
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ ষষ্ঠ মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে ৮ উইকেটত পৰাস্ত কৰিছে ৰাজস্থান ৰয়েলছক। মেচখনত পৰাস্ত হ’লেও দলটোৰ অপেনাৰ বেটছমেন যশশ্বী জয়ছৱালৰ নামত সংযোজন হৈছে এক বিশেষ অভিলেখ।

গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলা মেচখনত জয়ছৱালে ২৯ ৰানৰ ইনিংছ খেলাৰ পিছতে টি-২০ ক্ৰিকেটত তেওঁৰ সম্পূৰ্ণ হয় ৩০০০ ৰান। এই মাইলষ্ট’নত উপনীত হোৱাৰ লগে লগে তেওঁ টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিুক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা চতুৰ্থগৰাকী বেটছমেনৰূপে পৰিগণিত হয়।

কেৱল এয়াই নহয় এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে শুভমন গীলৰ নামত থকা অভিলেখ। গীলক টি-২০ কেৰিয়াৰত ৩০০০ ৰান সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হৈছিল ১০৩টা ইনিংছৰ। ইফালে জয়ছৱালে ১০২টা ইনিংছত সম্পূৰ্ণ কৰে ৩০০০ ৰান।

ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা বেটছমেনগৰাকী হৈছে তিলক বৰ্মা। মাত্ৰ ৯০টা ইনিংছতেই তেওঁ এই বিশেষ মাইলষ্ট’নত উপনীত হৈছিল। ৯১টা ইনিংছেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে ৰুতুৰাজ গায়কোৱাড। এই তালিকাৰ তৃতীয় স্থানত আছে কে এল ৰাহুল। ৰাহুলে ৯৩টা ইনিংছত সম্পূৰ্ণ কৰিছিল ৩০০০ ৰান।

টি-২০ত সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা ভাৰতীয় বেটাৰ

৯০ ইনিংছ- তিলক বাৰ্মা

৯১ ইনিংছ- ৰুতুৰাজ গায়কোৱাড

৯৩ ইনিংছ- কে এল ৰাহুল

১০২ ইনিংছ- যশস্বী জয়ছৱাল

১০৩ ইনিংছ- শুভমন গীল

ইফালে সামগ্ৰিকভাৱে সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰাৰ ক্ৰিকেটাৰৰ তালিকাত শীৰ্ষ স্থানত আছে অষ্ট্ৰেলিয়াৰ শ্বন মাৰ্শ্ব। মাৰ্শ্বে ৮৫টা ইনিংছতেই ৩০০০ ৰান সম্পূৰ্ণ কৰিছিল।

Tags: IndiansIPLT-20Yashasvi Jaiswal

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025