• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যশস্বী জয়ছৱালৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ; ভংগ হ’ল শুভমনৰ ৰেকৰ্ড

Nation NE by Nation NE
March 27, 2025
in Top News, ক্ৰীড়া
0 0
যশস্বী জয়ছৱালৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ; ভংগ হ’ল শুভমনৰ ৰেকৰ্ড
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ ষষ্ঠ মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে ৮ উইকেটত পৰাস্ত কৰিছে ৰাজস্থান ৰয়েলছক। মেচখনত পৰাস্ত হ’লেও দলটোৰ অপেনাৰ বেটছমেন যশশ্বী জয়ছৱালৰ নামত সংযোজন হৈছে এক বিশেষ অভিলেখ।

গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলা মেচখনত জয়ছৱালে ২৯ ৰানৰ ইনিংছ খেলাৰ পিছতে টি-২০ ক্ৰিকেটত তেওঁৰ সম্পূৰ্ণ হয় ৩০০০ ৰান। এই মাইলষ্ট’নত উপনীত হোৱাৰ লগে লগে তেওঁ টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিুক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা চতুৰ্থগৰাকী বেটছমেনৰূপে পৰিগণিত হয়।

কেৱল এয়াই নহয় এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে শুভমন গীলৰ নামত থকা অভিলেখ। গীলক টি-২০ কেৰিয়াৰত ৩০০০ ৰান সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হৈছিল ১০৩টা ইনিংছৰ। ইফালে জয়ছৱালে ১০২টা ইনিংছত সম্পূৰ্ণ কৰে ৩০০০ ৰান।

ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা বেটছমেনগৰাকী হৈছে তিলক বৰ্মা। মাত্ৰ ৯০টা ইনিংছতেই তেওঁ এই বিশেষ মাইলষ্ট’নত উপনীত হৈছিল। ৯১টা ইনিংছেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে ৰুতুৰাজ গায়কোৱাড। এই তালিকাৰ তৃতীয় স্থানত আছে কে এল ৰাহুল। ৰাহুলে ৯৩টা ইনিংছত সম্পূৰ্ণ কৰিছিল ৩০০০ ৰান।

টি-২০ত সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা ভাৰতীয় বেটাৰ

৯০ ইনিংছ- তিলক বাৰ্মা

৯১ ইনিংছ- ৰুতুৰাজ গায়কোৱাড

৯৩ ইনিংছ- কে এল ৰাহুল

১০২ ইনিংছ- যশস্বী জয়ছৱাল

১০৩ ইনিংছ- শুভমন গীল

ইফালে সামগ্ৰিকভাৱে সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰাৰ ক্ৰিকেটাৰৰ তালিকাত শীৰ্ষ স্থানত আছে অষ্ট্ৰেলিয়াৰ শ্বন মাৰ্শ্ব। মাৰ্শ্বে ৮৫টা ইনিংছতেই ৩০০০ ৰান সম্পূৰ্ণ কৰিছিল।

Tags: IndiansIPLT-20Yashasvi Jaiswal

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025