জুবিন গাৰ্গ আৰু নাই । ছিংগাপুৰৰ পৰা আহিছে দুখবৰ। ছিংগাপুৰৰ হাস্পতালতে আছে জুবিনৰ নশ্বৰ দেহ।
ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল জুবিন গাৰ্গ। সংকটজনক অৱস্থাত চিকিৎসাধীন জুবিন গাৰ্গ। চিকিৎসকে ঘোষণা কৰিলে এই দুখঃজনক খবৰটো। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰে। BTC নিৰ্বাচনৰ BJP ৰ সকলো সভা বাতিল ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।













