• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

Nation NE by Nation NE
November 22, 2025
in Uncategorized
0 0
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Share on FacebookShare on TwitterWhatsApp

২১ নৱেম্বৰত ডুবাই এয়াৰ শ্ব’ত তেজছ যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ শ্যাল শ্বহীদ হয়। এই মৰ্মান্তিক ঘটনাৰ বিষয়ে তেওঁৰ পিতৃয়ে প্ৰথমে ইউটিউবৰ জৰিয়তে জানিব পাৰিছিল।

হিমাচল প্ৰদেশৰ কংগ্ৰাৰ বাসিন্দা জগন নাথ শ্যালে এয়াৰ শ্ব’ৰ সৈতে জড়িত ভিডিঅ’ চাই থকা অৱস্থাত হঠাতে তেজছৰ দুৰ্ঘটনাৰ খবৰ দেখিছিল আৰু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ’ল।

অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ অধ্যক্ষ জগন নাথ শ্যালৰ মতে, তেওঁ পুত্ৰৰ সৈতে আগদিনা কথা পাতিছিল। নমাংশে তেওঁক টিভি বা ইউটিউবত তেওঁৰ এয়াৰ শ্ব’ চাবলৈ কৈছিল। পিতৃয়ে কয় যে, বিয়লি প্ৰায় ৪ বজাত ভিডিঅ’ বিচাৰি থাকোঁতে তেওঁ দুৰ্ঘটনাৰ খবৰ পাইছিল।

কিছু সময়ৰ পাছতে বায়ুসেনাৰ ৬জনকৈ বিষয়া তেওঁৰ ঘৰত উপস্থিত হোৱাত তেওঁ অনুমান কৰিছিল যে কিবা এটা গুৰুতৰ ঘটিছে। বৰ্তমান কইম্বাটুৰত আছে নমাংশৰ পৰিয়াল। পত্নীয়ে কলকাতাত প্ৰশিক্ষণ লৈ থকাৰ বিপৰীতে পিতৃ-মাতৃয়ে বিগত দুসপ্তাহ ধৰি ৭ বছৰীয়া নাতিনী আৰিয়াক চোৱা-চিতা কৰি আছে।

নমাংশ শ্যালৰ সৈতে এই দুৰ্ঘটনাটো হোৱাৰ ফলত পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে। গভীৰ স্তম্ভিত হৈ পৰিছে তেওঁৰ মাতৃ বীনা শ্যাল। বিষয়াসকলে পৰিয়ালটোক জনাইছে যে, নমাংশৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়াত প্ৰায় ২ দিনৰ সময় লাগিব পাৰে।

 হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে নমাংশক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ডুবাই এয়াৰ শ্ব’ত তেজছৰ দুৰ্ঘটনাত সাহসী পুত্ৰ নমাংশ শ্যালৰ শ্বহীদ হোৱাটো অতিকৈ মৰ্মান্তিক।

Tags: air crashair showDubai

Related Posts

নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025