• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

২১ দিনৰ ভিতৰতে ঘূৰি আহিব মুখৰ উজ্বলতা; জানো আহক এবিধ পানীয়ৰ উপকাৰীতা

Nation NE by Nation NE
July 19, 2024
in Uncategorized, বিনোদন
0 0
২১ দিনৰ ভিতৰতে ঘূৰি আহিব মুখৰ উজ্বলতা; জানো আহক এবিধ পানীয়ৰ উপকাৰীতা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মসৃণ আৰু উজ্জ্বল ছালৰ অধিকাৰী হ’বলৈ বাৰু কোনে নিবিচাৰে। পুৰুষেই হওঁক বা মহিলাই হওঁক সকলোৱে এখন উজ্জ্বল আৰু স্বাস্থ্যবান ছাল বিচাৰে।

ৰুক্ষ আৰু নিস্তেজ ছালৰ সমস্যাৰ বাবে বহুতো লোক পৰে অসুবিধাত। বহুতে নিজৰ ছালখন উজ্জ্বল কৰি ৰাখিবলৈ বহুতো সৌন্দৰ্যবৰ্ধক সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু বহুক্ষেত্ৰত এনেধৰণৰ সামগ্ৰীয়ে ছালৰ ক্ষতিসাধনহে কৰে।

ইয়াৰ উপৰি বতৰৰ পৰিবৰ্তন আৰু ভুল জীৱনশৈলী যেনে অস্বাস্থ্যকৰ খাদ্য খোৱা, নিশা পলমকৈ শোৱা, অত্যধিক চাপ লোৱা আদিয়ে আমাৰ ছালক প্ৰভাৱিত কৰে। বতৰৰ পৰিবৰ্তন আৰু অপুষ্টিকৰ আহাৰৰ বাবে পোৰা আৰু দাগৰ দৰে সমস্যা হয়। যাৰ বাবে ছালৰ সঠিক যত্ন লোৱাটো অতিকৈ দৰকাৰী। এনে পৰিস্থিতিত জীৱনশৈলী আৰু খাদ্য তালিকাত কিছু পৰিবৰ্তনৰ প্ৰয়োজন।

আহাৰে আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। কিয়নো এনে কিছুমান ফল আৰু পাচলি আছে, যি আমাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও যথেষ্ট উপকাৰী।

ডায়েটিচিয়ান ৰিচা গংগানীয়ে তেওঁৰ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁ উজ্জ্বল ছাল পাবলৈ এবিধ পানীয়ৰ কথা কৈছে। তেওঁ কৈছে যে ৫বিধ স্বাস্থ্যকৰ উপাদানেৰে তৈয়াৰ এইবিধ পানীয় এণ্টি ইনফ্লেমেট’ৰি, য’ত ভিটামিন A, ভিটামিন C আৰু ভিটামিন K থাকে, যিয়ে কলাজেন গঠন কৰাত সহায় কৰে। ই নতুন কোষৰ বৃদ্ধিৰ লগতে এক স্বাস্থ্যৱান ছাল গঠনত সহায়ক হয়।

তেওঁ কৈছে যে একেৰাহে ২১ দিনৰ বাবে এইবিধ পানীয় সেৱন কৰিলে ছালৰ উজ্জ্বলতা যথেষ্টখিনি বৃদ্ধি হয়। এই পানীয় তৈয়াৰ কৰিবলৈ প্ৰথমে আপেল এটুকুৰা ল’ব লাগিব। তাৰ পাছত এটা তিয়ঁহ, এটা গাজৰ আৰু এটা বীটৰ প্ৰত্যকৰে এটা এটা অংশ লৈ লগত ডালিমৰ গুটি কেইটামান লৈ তাৰ ৰস উলিয়াই অলপ মৌ মিহলাই ইয়াক গ্ৰহণ কৰিব লাগে।

কিন্তু কোনো ব্যক্তিৰ যদি এনে পানীয় তৈয়াৰ কৰিবলৈ ব্যৱহৃত যিকোনো খাদ্যৰ প্ৰতি যদি এলাৰ্জি থাকে, তেনেহ’লে তেওঁলোকে ইয়াৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। লগতে যদিহে কোনো ব্যক্তিৰ মধুমেহ বা কোনোধৰণৰ সমস্যা আছে, তেন্তে ইয়াক সেৱন কৰাৰ আগতে নিজৰ বিশেষজ্ঞৰ লগত আলোচনা কৰা উচিত।

Tags: Glowing SkinHealth BenefitsSkin Care

Related Posts

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

March 11, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

February 22, 2026
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025