• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মিজোৰামত যথেষ্ট হাৰত বিয়পিছে এক মাৰাত্মক ৰোগ!

Nation NE by Nation NE
February 27, 2025
in Top News, মিজোৰাম
0 0
মিজোৰামত যথেষ্ট হাৰত বিয়পিছে এক মাৰাত্মক ৰোগ!
Share on FacebookShare on TwitterWhatsApp

মিজোৰামত দ্ৰুতগতিত বৃদ্ধি পাইছে হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ অৰ্থাৎ HIV। উত্তৰ-পূব ৰাজ্যখনত HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২.৭৩ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ০.২তকৈ বহু বেছি।

মিজোৰাম ষ্টেট এইডছ কণ্ট্ৰল ছ’চাইটি (এমএছএচিএছ)ৰ প্ৰকল্প সঞ্চালক ডাঃ জেন আৰ ৰালটে কয় যে, ২০২৫ চনৰ জানুৱাৰী মাহলৈকে মিজোৰামত ৩২,২৮৭ জন HIV পজিটিভ ধৰা পৰিছে, ইয়াৰে ৫,৫১১ জন লোকে প্ৰাণ হেৰুৱাইছে। কেৱল ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ১,৭৬৯ জন নতুনকৈ এই ৰোগত আক্ৰান্ত ধৰা পৰিছে।

মিজোৰাম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ ৰোগীৰ ৬৭% অসুৰক্ষিত যৌন কাৰ্য্যৰ বাবে HIV  সংক্ৰমিত হোৱাৰ বিপৰীতে ৩০.৪৪% ৰোগীয়ে সংক্ৰমিত বেজী ব্যৱহাৰৰ বাবে HIV ত সংক্ৰমিত হৈছে। মিজোৰামত HIV আক্ৰান্তক নিয়ন্ত্ৰণৰ বাবে মানুহক সজাগ কৰা হৈছে। ইতিমধ্যে এই ৰোগৰ সংক্ৰমণ আৰু প্ৰতিৰোধ সম্পৰ্কে সকলোকে তথ্য দিয়া হৈছে। HIV আক্ৰান্ত ৰোগীক এ আৰ টি ঔষধৰ বিষয়ে অৱগত কৰা হৈছে। এই ঔষধে HIV নিয়ন্ত্ৰণত ৰাখে আৰু ইয়াক HIV লৈ পৰিণত হ’বলৈ নিদিয়ে।

এই সমস্যা সন্দৰ্ভত মেডিচিনৰ বিশেষজ্ঞ ডাঃ যুগল কিশোৰে কয় যে HIV ৰ মূল কাৰণ হ’ল- অসুৰক্ষিত যৌন সম্পৰ্ক। কিন্তু বিগত কেইবছৰমানৰ পৰা ড্ৰাগছ আসক্তিও এই ৰোগ বৃদ্ধিৰ এটা প্ৰধান কাৰণ। বহুতে একেটা বেজী ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন কৰে আৰু সেয়েহে HIV ৰ বলি হৈছে।

Tags: #MizoramAIDSHIV

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025