• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
28 °c
Guwahati
29 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মণিপুৰৰ সকলো বন্ধ পথ মুকলি কৰক : পৰ্যালোচনা বৈঠকত অমিত শ্বাহ

      Nation NE by Nation NE
      March 1, 2025
      in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
      0 0
      বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ, অমিত শ্বাহৰ ঘোষণা

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লা, ৰাজ্যৰ শীৰ্ষ বিষয়াৰ লগতে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকলো উপস্থিত থাকে।

      এই বৈঠকত মণিপুৰৰ আভ্যন্তৰীণ পৰিস্থিতি স্বাভাৱিক কৰাৰ লগতে অবৈধ অস্ত্ৰ আত্মসমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

      ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য কৰাৰ পিছত এইখনেই আছিল প্ৰথম পৰ্যালোচনা বৈঠক। অমিত শ্বাহে নিৰ্দেশ জাৰি কৰিছে যে মণিপুৰৰ সকলো বন্ধ পথ ৮ মাৰ্চৰ পৰা মুকলি কৰিব লাগে। যদি কোনো ধৰণৰ হস্তক্ষেপ হয় তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

      উল্লেখ্য যে, প্ৰায় দুবছৰ ধৰি মণিপুৰত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

      ‘ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক’

      গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মণিপুৰক ড্ৰাগছমুক্ত কৰিবলৈ হ’লে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত সমগ্ৰ নেটৱৰ্কটো ধ্বংস কৰিব লাগিব।

      এটা সূত্ৰৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ‘মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্ৰীয়ে। ৰাজ্যৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত বিতং তথ্য দিয়া হয়।’

      বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কিছুদিন পিছতে উত্তৰ-পূবৰ ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত কেন্দ্ৰই ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য কৰিছিল।

      Tags: #ManipurAmit ShahManipur Governor

      Related Posts

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI
      Top News

      June 6, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025
      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      শীৰ্ষ সংবাদ

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist