• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰৰ সকলো বন্ধ পথ মুকলি কৰক : পৰ্যালোচনা বৈঠকত অমিত শ্বাহ

Nation NE by Nation NE
March 1, 2025
in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ, অমিত শ্বাহৰ ঘোষণা

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লা, ৰাজ্যৰ শীৰ্ষ বিষয়াৰ লগতে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকলো উপস্থিত থাকে।

এই বৈঠকত মণিপুৰৰ আভ্যন্তৰীণ পৰিস্থিতি স্বাভাৱিক কৰাৰ লগতে অবৈধ অস্ত্ৰ আত্মসমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য কৰাৰ পিছত এইখনেই আছিল প্ৰথম পৰ্যালোচনা বৈঠক। অমিত শ্বাহে নিৰ্দেশ জাৰি কৰিছে যে মণিপুৰৰ সকলো বন্ধ পথ ৮ মাৰ্চৰ পৰা মুকলি কৰিব লাগে। যদি কোনো ধৰণৰ হস্তক্ষেপ হয় তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

উল্লেখ্য যে, প্ৰায় দুবছৰ ধৰি মণিপুৰত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

‘ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক’

গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মণিপুৰক ড্ৰাগছমুক্ত কৰিবলৈ হ’লে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত সমগ্ৰ নেটৱৰ্কটো ধ্বংস কৰিব লাগিব।

এটা সূত্ৰৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ‘মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্ৰীয়ে। ৰাজ্যৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত বিতং তথ্য দিয়া হয়।’

বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কিছুদিন পিছতে উত্তৰ-পূবৰ ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত কেন্দ্ৰই ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য কৰিছিল।

Tags: #ManipurAmit ShahManipur Governor

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025