• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰ-পূৱ ভ্ৰমণত গৃহমন্ত্ৰী অমিত শ্বাহ, আজি যাব মিজোৰামলৈ, বহু কাৰ্যসূচীত অংশগ্ৰহণ

Nation NE by Nation NE
March 15, 2025
in Top News, অসম, মিজোৰাম
0 0
উত্তৰ-পূৱ ভ্ৰমণত গৃহমন্ত্ৰী অমিত শ্বাহ, আজি যাব মিজোৰামলৈ, বহু কাৰ্যসূচীত অংশগ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

আজি এদিনৰ বাবে মিজোৰাম ভ্ৰমণলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মিজোৰাম ভ্ৰমণৰ পূর্বে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যখনত নিৰাপত্তা কটকটীয়া কৰা হৈছে৷ শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই এই তথ্য প্ৰদান কৰে।

গৃহমন্ত্ৰীয়ে আইজলৰ পৰা অসম ৰাইফলছৰ প্ৰতিষ্ঠানসমূহ ৰাজ্যৰ ৰাজধানীৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জোখোৱাছাঙত এটা কমপ্লেক্সলৈ স্থানান্তৰিত কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

অনিল শুক্লাই কয় যে, সকলো নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা বাহিনীক কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। তেওঁ কয় যে, ৰাজ্যৰ আৰক্ষীৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ জোৱানো মোতায়েন কৰা হৈছে যাতে ডাঙৰ ডাঙৰ পথ আৰু স্থানত কঠোৰ সতৰ্কতা অৱলম্বন কৰিব পাৰি।

আজি দিনৰ প্ৰায় ১.৪৫ বজাত অমিত শ্বাহ লেংপুই বিমানবন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। খটলা অঞ্চলৰ মিজোৰাম ৰেঞ্জৰ অৰ্ধসামৰিক বাহিনীৰ ২৩ ছেক্টৰৰ মুখ্য কাৰ্যালয়ত আইজলৰ পৰা জোখোৱাছাঙলৈ আছাম ৰাইফলছৰ প্ৰতিষ্ঠানসমূহ স্থানান্তৰিত কৰাৰ উপলক্ষে বিয়লি ৩ বজাৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব।

পুৱা মিজোৰামলৈ যোৱাৰ পূৰ্বে গৃহমন্ত্ৰী শ্বাহে আৰক্ষী একাডেমী উদ্বোধন কৰিব। সন্ধিয়া গুৱাহাটীলৈ উভতি আহি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নিশা থাকিব। দেওবাৰে পুৱা গৃহমন্ত্ৰীগৰাকীয়ে সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ দিবলৈ অসমৰ কোকৰাঝাৰ জিলাৰ দোতমালৈ ৰাওনা হ’ব।

বিয়লি গুৱাহাটীলৈ উভতি আহি উত্তৰ-পূব অঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভাৰতীয় ন্যায়িক সংহিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে। দেওবাৰে নিশা দিল্লীলৈ ৰাওনা হ’ব অমিত শ্বাহ।

শুকুৰবাৰে মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই কয় যে গৃহমন্ত্ৰী শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। গৃহমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত নিৰাপত্তা বাহিনীক সজাগ হৈ থাকিবলৈ কোৱা হৈছে। ৰা

জ্যৰ আৰক্ষীৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ অতিৰিক্ত বাহিনীকো মাতি আনি মুখ্য স্থানত কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে।

Tags: #MizoramAmit ShahCentral Minister

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025