• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন; অভিনয়ৰ পূ্ৰ্বে ৰেষ্টুৰেন্টত কাম কৰিছিল ৰণবীৰ

Nation NE by Nation NE
July 6, 2024
in বিনোদন
0 0
ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন; অভিনয়ৰ পূ্ৰ্বে ৰেষ্টুৰেন্টত কাম কৰিছিল ৰণবীৰ
Share on FacebookShare on TwitterWhatsApp

আজি বলীউদৰ জনপ্ৰিয় তাৰকা ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন। ১৯৮৫ চনৰ ৬ জুলাইত মুম্বাইত জন্মলাভ কৰিছিল ৰণবীৰ সিঙে। জন্মদিনৰ প্ৰাকক্ষণত অক্ষয় কুমাৰ, সোনাক্ষী সিনহাৰ লগতে আন বহু তাৰকাই শুভেচ্ছাৰে উপচায় পেলাইছে অভিনেতাজনক।

উল্লেখ্য যে, বলীউদত বহুকেইখন হিট ছবি উপহাৰ দিয়া ৰণবীৰ সিঙৰ যথেষ্ট সংখ্যক অনুৰাগী আছে। অকল ভাৰততে নহয় বিদেশৰ অনুৰাগীয়ে অধিক পচন্দ কৰে ৰণবীৰক।

‘বেণ্ড বাজা বাৰাত’ ছবিখনৰ জৰিয়তে বলীউদত আত্মপ্ৰকাশ কৰা অভিনেতাজনে প্ৰথমখন ছবিতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে, ছবিখনৰ বাবে তেওঁ ‘বেষ্ট মেল ডেবিউট’ৰ সন্মান লাভ কৰিছিল। সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন পুহি ৰখা ৰণবীৰ সিঙে কম সময়ৰ ভিতৰতে বলীউদত ছুপাৰষ্টাৰ হিচাপে নিজক আত্মপ্ৰকাশ কৰিছিল।

ছবিত কাম কৰাৰ পূৰ্বে কেফেত কাম কৰিছিল ৰণবীৰ সিঙেঃ

এক তথ্য অনুসৰি ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত এখন ৰেষ্টুৰেন্টত কৰ্মৰত হৈ আছিল ৰণবীৰ। আনকি উপাৰ্জন বৃদ্ধি কৰিবলৈ কলেজত বাটাৰ চিকেন বিক্ৰি কৰিছিল অভিনেতাজনে।

ক্ৰিয়েটিভ ৰাইটাৰ হিচাপে কৰ্মজীৱন আৰম্ভণি ৰণবীৰৰঃ

সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন পুহি থকা ৰণবীৰ সিঙে ছবিত কাম কৰাৰ পূৰ্বে এটা বিজ্ঞাপন কোম্পানীত ক্ৰিয়েটিভ ৰাইটাৰ হিচাপেও কাম কৰিছিল। কিয়নো আৰম্ভণিতে ছবিত কাম পোৱাটো ৰণবীৰৰ বাবে অত্যন্ত কষ্টকৰ আছিল। যাৰ বাবে নিজৰ উপাৰ্জনৰ পথ সুগম কৰিবলৈ এই বৃত্তি বাছি লৈছিল ৰণবীৰ সিঙে।

ৰণবীৰ সিঙৰ কেইখনমান হিট ছবিঃ

২০১০ চনৰ ১০ ডিচেম্বৰত ৰণবীৰৰ প্ৰথমখন ছবি ‘বেণ্ড বাজা বাৰাত’ মুক্তি লাভ কৰে। তাৰ পিছত ক্ৰমে কেইখনমান হিট ছবি হ’ল – বাজিৰাও মষ্টানী, পদ্মাৱত, গোলিঅ’ কি ৰাসলীলা ৰামলীলা, গুণ্ডে আদি।

Tags: #BollywoodRanveer Singh

Related Posts

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে
Top News

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

October 8, 2025
‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ
Top News

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ

October 1, 2025
সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত
Top News

সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

August 16, 2025
‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…
Top News

‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

August 10, 2025
SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ
Top News

SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ

August 10, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025