• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈৰ পৰা IPLৰ মহাযুঁজ; KKR-RCBৰ মাজত প্ৰথমখন মেচ, জানক সম্পূৰ্ণ সূচী

Nation NE by Nation NE
March 21, 2025
in Top News, ক্ৰীড়া
0 0
কাইলৈৰ পৰা IPLৰ মহাযুঁজ; KKR-RCBৰ মাজত প্ৰথমখন মেচ, জানক সম্পূৰ্ণ সূচী
Share on FacebookShare on TwitterWhatsApp

আৰু মাত্ৰ কিছু ঘণ্টাৰ পিছতেই আৰম্ভ হ’ব বহু প্ৰতীক্ষিত আই পি এলৰ ১৮ সংখ্যক ছিজন। এই ছিজনৰ প্ৰথমখন মেচ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব।

কলকাতাৰ ইডেন গাৰ্ডেনত আড়ম্বৰণপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই আৰম্ভ হ’বলগীয়া আই পি এল ২০২৫ৰ ফাইনেল মেচখনত অনুষ্ঠিত হ’ব ২৫ মে’ত। এইবাৰৰ ছিজনত সৰ্বমুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ত ৭০খন খেল অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ত ১০ টা দলে ১৪ খনকৈ খেল খেলিব।

আনহাতে এইবাৰ মুঠ ১৩খন চহৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেচ। চহৰ কেইখন হৈছে- লক্ষ্ণৌ, হায়দৰাবাদ, দিল্লী, মুম্বাই, চেন্নাই, আহমেদাবাদ, বিশাখাপট্টনম, গুৱাহাটী, বাংগালুৰু, নিউ চণ্ডীগড়, জয়পুৰ, কলকাতা আৰু ধৰ্মশালা।

আই পি এল ২০২৫ৰ সম্পূৰ্ণ সূচী

২২ মাৰ্চ – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২৩ মাৰ্চ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

২৩ মাৰ্চ – চেন্নাই ছুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

২৪ মাৰ্চ – দিল্লী কেপিটেলছ বনাম লক্ষ্ণৌ ছুপাৰজায়েন্টছ

২৫ মাৰ্চ – গুজৰাট টাইটানছ বনাম পঞ্জাব কিংছ

২৬ মাৰ্চ – ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

২৭ মাৰ্চ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

২৮ মাৰ্চ – চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২৯ মাৰ্চ – গুজৰাট টাইটানছ বনাম মুম্বাই ইণ্ডিয়ানছ

৩০ মাৰ্চ – দিল্লী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

৩০ মাৰ্চ – ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

৩১ মাৰ্চ – মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম পঞ্জাব কিংছ

২ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম গুজৰাট টাইটানছ

৩ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

৪ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

৫ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ

৫ এপ্ৰিল – পঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছ

৬ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

৬ এপ্ৰিল – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম গুজৰাট টাইটানছ

৭ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

৮ এপ্ৰিল – পঞ্জাব কিংছ বনাম চেন্নাই ছুপাৰ কিংছ

৯ এপ্ৰিল – গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ

১০ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম দিল্লী কেপিটেলছ

১১ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১২ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম গুজৰাট টাইটানছ

১২ এপ্ৰিল – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম পঞ্জাব কিংছ

১৩ এপ্ৰিল – ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

১৩ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ

১৪ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম চেন্নাই ছুপাৰ কিংছ

১৫ এপ্ৰিল – পঞ্জাব কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১৬ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ

১৭ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

১৮ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম পঞ্জাব কিংছ

১৯ এপ্ৰিল – গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছ

১৯ এপ্ৰিল – ৰাজস্থান ৰয়েলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

২০ এপ্ৰিল – পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২০ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ

২১ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টাইটানছ

২২ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম দিল্লী কেপিটেলছ

২৩ এপ্ৰিল – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম মুম্বাই ইণ্ডিয়ানছ

২৪ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম ৰাজস্থান ৰয়েলছ

২৫ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

২৬ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাব কিংছ

২৭ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম লক্ষ্ণৌ ছুপাৰজায়েন্টছ

২৭ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২৮ এপ্ৰিল – ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটানছ

২৯ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

৩০ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম পঞ্জাব কিংছ

১ মে’ – ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ

২ মে – গুজৰাট টাইটানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

৩ মে’ – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম চেন্নাই ছুপাৰ কিংছ

৪ মে’ – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ

৪ মে’ – পঞ্জাব কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

৫ মে’ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দিল্লী কেপিটেলছ

৬ মে’ – মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ

৭ মে’ – কলকাতা নাইট ৰাইডাৰ্ছ বনাম চেন্নাই ছুপাৰ কিংছ

৮ মে’ – পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছ

৯ মে’ – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

১০ মে’ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১১ মে – পঞ্জাব কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

১১ মে’ – দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ

১২ মে’ – চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ

১৩ মে’ – ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

১৪ মে’ – গুজৰাট টাইটানছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

১৫ মে’ – মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ

১৬ মে’ – ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

১৭ মে’ – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১৮ মে’ – গুজৰাট টাইটানছ বনাম চেন্নাই ছুপাৰ কিংছ

১৮ মে’ – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

২০ মে’ – কোৱালিফায়াৰ ১

২১ মে’ – এলিমিনেটৰ

২৩ মে’ – কোৱালিফায়াৰ ২

২৫ মে’ – ফাইনেল

Tags: IPLIPL 2025KKR VS RCB

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল
Top News

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

January 25, 2026
কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’
Top News

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

January 25, 2026
হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…
Top News

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025