• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈৰ পৰা IPLৰ মহাযুঁজ; KKR-RCBৰ মাজত প্ৰথমখন মেচ, জানক সম্পূৰ্ণ সূচী

Nation NE by Nation NE
March 21, 2025
in Top News, ক্ৰীড়া
0 0
কাইলৈৰ পৰা IPLৰ মহাযুঁজ; KKR-RCBৰ মাজত প্ৰথমখন মেচ, জানক সম্পূৰ্ণ সূচী
Share on FacebookShare on TwitterWhatsApp

আৰু মাত্ৰ কিছু ঘণ্টাৰ পিছতেই আৰম্ভ হ’ব বহু প্ৰতীক্ষিত আই পি এলৰ ১৮ সংখ্যক ছিজন। এই ছিজনৰ প্ৰথমখন মেচ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব।

কলকাতাৰ ইডেন গাৰ্ডেনত আড়ম্বৰণপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই আৰম্ভ হ’বলগীয়া আই পি এল ২০২৫ৰ ফাইনেল মেচখনত অনুষ্ঠিত হ’ব ২৫ মে’ত। এইবাৰৰ ছিজনত সৰ্বমুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ত ৭০খন খেল অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ত ১০ টা দলে ১৪ খনকৈ খেল খেলিব।

আনহাতে এইবাৰ মুঠ ১৩খন চহৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেচ। চহৰ কেইখন হৈছে- লক্ষ্ণৌ, হায়দৰাবাদ, দিল্লী, মুম্বাই, চেন্নাই, আহমেদাবাদ, বিশাখাপট্টনম, গুৱাহাটী, বাংগালুৰু, নিউ চণ্ডীগড়, জয়পুৰ, কলকাতা আৰু ধৰ্মশালা।

আই পি এল ২০২৫ৰ সম্পূৰ্ণ সূচী

২২ মাৰ্চ – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২৩ মাৰ্চ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

২৩ মাৰ্চ – চেন্নাই ছুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

২৪ মাৰ্চ – দিল্লী কেপিটেলছ বনাম লক্ষ্ণৌ ছুপাৰজায়েন্টছ

২৫ মাৰ্চ – গুজৰাট টাইটানছ বনাম পঞ্জাব কিংছ

২৬ মাৰ্চ – ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

২৭ মাৰ্চ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

২৮ মাৰ্চ – চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২৯ মাৰ্চ – গুজৰাট টাইটানছ বনাম মুম্বাই ইণ্ডিয়ানছ

৩০ মাৰ্চ – দিল্লী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

৩০ মাৰ্চ – ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

৩১ মাৰ্চ – মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম পঞ্জাব কিংছ

২ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম গুজৰাট টাইটানছ

৩ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

৪ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

৫ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ

৫ এপ্ৰিল – পঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছ

৬ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

৬ এপ্ৰিল – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম গুজৰাট টাইটানছ

৭ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

৮ এপ্ৰিল – পঞ্জাব কিংছ বনাম চেন্নাই ছুপাৰ কিংছ

৯ এপ্ৰিল – গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ

১০ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম দিল্লী কেপিটেলছ

১১ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১২ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম গুজৰাট টাইটানছ

১২ এপ্ৰিল – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম পঞ্জাব কিংছ

১৩ এপ্ৰিল – ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

১৩ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ

১৪ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম চেন্নাই ছুপাৰ কিংছ

১৫ এপ্ৰিল – পঞ্জাব কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১৬ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ

১৭ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

১৮ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম পঞ্জাব কিংছ

১৯ এপ্ৰিল – গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছ

১৯ এপ্ৰিল – ৰাজস্থান ৰয়েলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

২০ এপ্ৰিল – পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২০ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ

২১ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টাইটানছ

২২ এপ্ৰিল – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম দিল্লী কেপিটেলছ

২৩ এপ্ৰিল – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম মুম্বাই ইণ্ডিয়ানছ

২৪ এপ্ৰিল – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম ৰাজস্থান ৰয়েলছ

২৫ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

২৬ এপ্ৰিল – কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাব কিংছ

২৭ এপ্ৰিল – মুম্বাই ইণ্ডিয়ানছ বনাম লক্ষ্ণৌ ছুপাৰজায়েন্টছ

২৭ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২৮ এপ্ৰিল – ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটানছ

২৯ এপ্ৰিল – দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

৩০ এপ্ৰিল – চেন্নাই ছুপাৰ কিংছ বনাম পঞ্জাব কিংছ

১ মে’ – ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ

২ মে – গুজৰাট টাইটানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

৩ মে’ – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম চেন্নাই ছুপাৰ কিংছ

৪ মে’ – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ

৪ মে’ – পঞ্জাব কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

৫ মে’ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দিল্লী কেপিটেলছ

৬ মে’ – মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ

৭ মে’ – কলকাতা নাইট ৰাইডাৰ্ছ বনাম চেন্নাই ছুপাৰ কিংছ

৮ মে’ – পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছ

৯ মে’ – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

১০ মে’ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১১ মে – পঞ্জাব কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

১১ মে’ – দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ

১২ মে’ – চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ

১৩ মে’ – ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

১৪ মে’ – গুজৰাট টাইটানছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

১৫ মে’ – মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ

১৬ মে’ – ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

১৭ মে’ – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ

১৮ মে’ – গুজৰাট টাইটানছ বনাম চেন্নাই ছুপাৰ কিংছ

১৮ মে’ – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

২০ মে’ – কোৱালিফায়াৰ ১

২১ মে’ – এলিমিনেটৰ

২৩ মে’ – কোৱালিফায়াৰ ২

২৫ মে’ – ফাইনেল

Tags: IPLIPL 2025KKR VS RCB

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025