• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমত থকা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপাৰ বিষয়ে জানো আহক…

Nation NE by Nation NE
March 23, 2025
in Top News, অসম
0 0
অসমত থকা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপাৰ বিষয়ে জানো আহক…
Share on FacebookShare on TwitterWhatsApp

গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ দূৰৈত বজালী জিলাৰ জালিখাটা অঞ্চলত আছে এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বৰগছ জোপা। এই গছ জোপাই নিজৰ বিভিন্ন ঠাল-ঠেঙুলীৰে প্ৰায় এবিঘা মাটি আগুৰি আছে।

জালিখাটাস্থিত কলিবাৰীৰ শ্ৰীশ্ৰী শিৱথানত পাঁচ বিঘা মাটিৰে আগুৰি আছে গছজোপা। এই গছজোপাই সৌন্দৰ্যবৰ্ধনৰ লগতে চৰাই-চিৰিকটিৰ কলৰৱে সেই স্থান প্ৰাণৱন্ত কৰি তুলিছে।

এই বট গছ বা বৰ গছজোপাৰ বৈজ্ঞানিক নাম হৈছে Ficus benghalensis । এই গছ Ficus গোত্ৰৰ অন্তৰ্ভুক্ত। বট এবিধ বৃহৎ আকাৰৰ বৃক্ষ জাতীয় উদ্ভিদ। বট গছ বহু ঠাই আগুৰি থকাৰ লগতে মাটিৰ ওপৰত সমান্তৰাল ভাবে শাখা প্ৰশাখা সমূহ বিস্তাৰিত হৈ আছে।

১৯৩৪ চনত এই গছ ডালৰ ওচৰত এটি শিৱ মন্দিৰ স্থাপন কৰা হৈছিল। জনশ্ৰুতি অনুসৰি, এই গছডালৰ ওচৰত থকা শিৱ মন্দিৰত সেৱা কৰিলে মনোবাঞ্চা পূৰ্ণ হয়। বিভিন্ন স্থানৰ পৰা এই থানলৈ অহা ভক্তসকলে এই গছৰ ডালত গামোচা বান্ধে। ভক্তসকলৰ বিশ্বাস যে, ইয়াত গামোচা বান্ধিলে ভগবানে তেওঁৰ সকলো মনোবাঞ্ছা পূৰণ কৰে। এছিয়াৰ দ্বিতীয় এই গছডালৰ বয়স প্ৰায় ২১৩ বছৰ বুলি স্থানীয় লোকসকলে উল্লেখ কৰিছে।

এছিয়াৰ দ্বিতীয় এই গছডালৰ বয়স আচলতে কিমান সেয়া কোনেও ভালকৈ নাজানে। যদিও ২০২০ চনৰ ৫ জুন তাৰিখে ৬০ কেজি ওজনৰ কেক কাটি গছ ডালৰ আনুমানিক ২০৮ বছৰীয়া জন্মদিন উদযাপন কৰা হয়। বহু সংখ্যক উদ্ভিদ বিদ বা উদ্ভিদ বিশেজ্ঞই অবশ্যে গছডালৰ বয়স ৩০০ বছৰতকৈও অধিক বুলি কব খোজে।

নৱবৰ্ষৰ প্ৰথম দিনাৰ লগতে শিৱ পূজা, ব’হাগ বিহু আদিত ইয়াত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি। এই মন্দিৰ তথা গছজোপাৰ তলতে শিৱ চতুৰ্দশীৰ দিনা শিৱ পূজা অনুষ্ঠিত কৰা হয়। শিৱ পূজাৰ লগত সংগতি ৰাখি মেলাও অনুষ্ঠিত কৰা হয় জালিখাটাত।

ব’হাগ বিহুত এই মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ভঠেলি উৎসৱ। ভঠেলি উৎসৱত জালিখাটা গাঁওখনৰ প্ৰতিটো চুপাৰ পৰা এডালকৈ বাঁহ আনি মন্দিৰ প্ৰাংগণত পুতি তাত পূজা–অৰ্চনা কৰে ভক্তপ্ৰাণ ৰাইজে। বটবৃক্ষৰ ওচৰৰে বৈ যোৱা কালদিয়া নৈ আৰু গছজোপাৰ সৌন্দৰ্যই আকৰ্ষণ কৰে বিভিন্ন প্ৰকৃতি প্ৰেমীৰ লগতে বনভোজৰ দলসমূহকও।

Tags: #AssamAsiaBAJALI

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025