• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
22 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৯ ঘণ্টাত ৮৪ পৃষ্ঠাৰ কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট নলবাৰীৰ ৰাজদ্বীপ কাশ্যপৰ

Nation NE by Nation NE
July 10, 2024
in Top News, অসম
0 0
৯ ঘণ্টাত ৮৪ পৃষ্ঠাৰ কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট নলবাৰীৰ ৰাজদ্বীপ কাশ্যপৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যৰ চাৰিওদিশে বান বিভীষিকা। বান বিভীষিকাৰ মাজতে অতি কম সময়ত কিতাপ লিখি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই। হয় সাধাৰণতে এখন কিতাপ অথবা গ্ৰন্থ লিখোতে কিমান সময় লাগে বাৰু? এমাহ , দুমাহ , ছয় মাহ অথবা এবছৰ।

কিন্তু এদিন নহওতেই মাত্ৰ কিছু ঘন্টাত এখন কিতাপ লিখি নিজৰ নাম গীনিজ বুকত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে অসমৰে এগৰাকী মেধাবী ছাত্ৰই। নলবাৰী জিলাৰ বৰভাগৰ আৰঙ্গমৌ গাঁৱৰ দিপুল শৰ্মা আৰু বিভা দেৱীৰ একমাত্ৰ ল’ৰা তথা নলবাৰী কলেজৰ উদ্ভিদ বিভাগৰ ছাত্র ৰাজদ্বীপ কাশ্যপে মাত্ৰ ৯ ঘন্টাত এখন ৮৪ পৃষ্ঠাৰ কিতাপ লিখি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে।

যি খবৰে ৰাজ্যৰ লগতে উৎফুল্লিত কৰি তুলিছে নলবাৰী জিলাত। নলবাৰী কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে মাত্ৰ ৯ ঘন্টাত “জন্ম, প্ৰেম, মৃত্যু- কিছু বৈজ্ঞানিক কিছু আলৌকিক” নামৰ ৮৪ পৃষ্ঠাযুক্ত কিতাপ লিখি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱাত পৰিয়াল বৰ্গতো উঠিছে আনন্দৰ জোৱাৰ।

ভাৰতবৰ্ষৰে অন্য এখন ৰাজ্যৰ এগৰাকী যুৱতীয়ে তিনিদিনত এখন ৬৩ পৃষ্ঠাৰ কিতাপ লিখিছিল। সেই খবৰ গুগলত পোৱাৰ পিছত এক অনুপ্ৰেৰণা জন্মিছিল নলবাৰীৰ ৰাজদ্বীপ কাশ্যাপৰ মনত। ৰাজদ্বীপে মনতে ঠিৰাং কৰি চলিত বৰ্ষৰ যোৱা ২৪ মে’ত আবেলি ৩.৫৫ বজাৰ পৰা ২৫ মে’ৰ নিশা ১:০২ বজাত ৮৪ পৃষ্ঠাত নিজে লিখি শেষ কৰিছিল “জন্ম, প্ৰেম, মৃত্যু – কিছু বৈজ্ঞানিক কিছু অলৌকিক” নামৰ কিতাপখন।

ইয়াৰ পিছতে এক নতুন ৰেকৰ্ড হিচাপে গঢ়ি উঠে গিনিজ বুকুত ৰাজদ্বীপ কাশ্যাপৰ নাম।

উল্লেখযোগ্য যে ৰাজদ্বীপে কিতাপখন লিখোতে ৯ ঘন্টাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পঠিওৱাটো সহজ নাছিল। যাৰ বাবে গীনিজ বুকৰ তৰফৰ পৰা জিলা প্ৰশাসন অথবা কোনো উচ্চ বিষয়াৰ দ্বাৰা তেওঁৰ লিখনি উক্ত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ প্ৰমাণ সন্মতি জনাইছিল। সেই মৰ্মে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰী দেৱে ৰাজদ্বীপ কাশ্যপৰ ৯ ঘন্টাত লিখি উলিওৱা কিতাপখন সত্য প্ৰমাণিত কৰি গিনিজ বুক অৱ ৰেকৰ্ডচলৈ পঠিয়াইছিল আৰু তাৰ পিছতে ৪ জুলাইত গিনিজ বুকুত ৰাজদ্বীপ সন্নিৱিষ্ট হোৱা বুলি মেইল যোগে প্ৰমাণ পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাজদ্বীপ কাশ্যপে উক্ত ৯ ঘন্টাৰ ভিতৰত ৩০ মিনিট সময় আহাৰৰ বাবেও লৈছিল। ৰাজদ্বীপৰ এনে অনুপ্ৰেৰণা মূলক খবৰে এতিয়া সমগ্ৰ জিলাখনত এক আনন্দিত কৰি তুলিছে। ৰাজদ্বীপ কাশ্যাপৰ লিখনি সন্মতি হিচাপে পঠিওৱা নলবাৰী কলেজৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰীক ধন্যবাদ জনাই ৰাজদ্বীপ কাশ্যাপে।

কেৱল ইমানেই নহয় ৰাজদ্বীপে যোৱা বছৰ নিজে তৈয়াৰ কৰা কিছু সামগ্ৰীৰে চেনেটাৰী পেড সাজি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছতো নাম‌ অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছিল।

এঘন্টাত ৫৩ টা চেনিটাৰী হেণ্ড পেড নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজদ্বীপে। ইপিনে ৰাজদ্বীপ কাশ্যপ এইবাৰ নলবাৰী কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্র।

পঢ়াৰ উপৰি ছবি আকি ভাল পাই ৰাজদ্বীপে। ৰাজদ্বীপৰ এনে সফলতাত আনন্দিত তেওঁৰ পিতৃ দিপুল শৰ্মা আৰু বিভা দেৱী। নিজৰ প্ৰতিভাৰ উপৰি শৈক্ষিক ক্ষেত্ৰখনত অধিক গুৰুত্ব দি আৰু আগলৈ যোৱাৰ আশীৰ্বাদ দিয়ে ৰাজদ্বীপৰ পিতৃ দিপুল শৰ্মাই।

Tags: Guinness World RecordNalbariRajdeep Kashyap

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025