• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

গৌতম গম্ভীৰৰ পিছত ভাৰতীয় দলত প্ৰৱেশ ঘটিব জাহিৰ খানৰ!

Nation NE by Nation NE
July 10, 2024
in ক্ৰীড়া
0 0
গৌতম গম্ভীৰৰ পিছত ভাৰতীয় দলত প্ৰৱেশ ঘটিব জাহিৰ খানৰ!
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদত অধিষ্ঠিত হ’ল গৌতম গম্ভীৰ। মঙলবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গৌতম গম্ভীৰৰ নাম নিশ্চিত হোৱাৰ লগে লগে প্ৰশিক্ষক ষ্টাফত আন কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে স্থান পাব বুলি চৰ্চা চলিছে।

২০১১ চনত এদিনীয়া বিশ্বকাপ জয়ী কৰোৱাত অন্যতম মুখ্য ভূমিকা গ্ৰহণ কৰা ভাৰতীয় দলৰ বেগী বলাৰ জাহিৰ খানে বলিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

এ এন আইৰ প্ৰতিবেদন অনুসৰি, টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষকৰ দৌৰত আছে জাহিৰ খান। কেৱল জাহিৰ খানেই নহয় বলিং প্ৰশিক্ষক পদৰ বাবে লক্ষ্মীপতি বালাজীৰ নামো চৰ্চাত আছে।

উল্লেখ্য যে, যদিহে বলিং প্ৰশিক্ষক পদত জাহিৰ খান অধিষ্ঠিত হয় তেন্তে ৰোহিত বাহিনী যথেষ্ট উপকৃত হ’ব। কিয়নো দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অনুভৱ আছে জাহিৰ খানৰ। তেওঁ বিশ্বৰ প্ৰতিটো প্ৰান্ততে খেলাৰ অনুভৱ আছে।

জাহিৰ খানে ভাৰতৰ হৈ ২০০ খন এদিনীয়াত ২৮২টা উইকেট দখল কৰিছিল। ইয়াৰ উপৰি ৯২খন টেষ্ট মেচত লাভ কৰিছিল ৩১১টা উইকেট। আই পি এলৰ ১০০ খন মেচত দখল কৰিছিল ১০২টা উইকেট।

উল্লেখ্য যে, ভাৰতে আগন্তুক দুবছৰত মুঠ ৫ খন আই চি চি টুৰ্ণামেণ্টছত অংশ ল’ব। ইয়াৰ ভিতৰত আছে চেম্পিয়নছ ট্ৰফী, এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু দুটা টেষ্ট চেম্পিয়নশ্বিপ ট্ৰফী।

জাহিৰ খান টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও অভিষেক নায়াৰ বেটিং প্ৰশিক্ষক পদত অধিষ্ঠিত হোৱাটো প্ৰায় খাটাং হৈ পৰিছে। তেওঁ আই পি এলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ সহকাৰী প্ৰশিক্ষকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Tags: #BCCI#cricketBowling CoachTeam IndiaZaheer Khan

Related Posts

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল
Top News

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

March 25, 2026
IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য
ক্ৰীড়া

IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য

March 16, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি
Top News

ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025