• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মুৰ্ছিদাবাদৰ হিংসাৰ বিৰুদ্ধে বাৰাণসীত ক্ষোভ, হিন্দু-মুছলমানে একেলগে সাব্যস্ত কৰে প্ৰতিবাদ

      Nation NE by Nation NE
      April 15, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      মুৰ্ছিদাবাদৰ হিংসাৰ বিৰুদ্ধে বাৰাণসীত ক্ষোভ, হিন্দু-মুছলমানে একেলগে সাব্যস্ত কৰে প্ৰতিবাদ
      Share on FacebookShare on TwitterWhatsApp

      উত্তৰ প্ৰদেশৰ বাৰাণসীত পশ্চিমবংগৰ মুৰ্ছিদাবাদত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। একে ক্ৰমতে বাৰাণসীৰ লামাহী অঞ্চলত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ কেইবা ডজন লোকে একত্ৰিত হৈ পশ্চিম বংগ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তিও দাহ কৰে। তেওঁ কয় যে মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনা অতি বেদনাদায়ক। কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰিব লাগে।

      ইফালে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মুৰ্ছিদাবাদতো হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে। বহু ঠাইৰ পৰা অগ্নিসংযোগ আৰু বাহন জ্বলোৱাৰ ছবি ওলাইছে। ইয়াৰ বাবেই বাৰাণসীৰ জনসাধাৰণে পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে।

      সোমবাৰে বাৰাণসীৰ লামাহী অঞ্চলত কেইবা ডজন লোক সমবেত হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰে। ইয়াৰ ভিতৰত হিন্দুৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোককো দেখা গৈছিল।

      এই সময়ছোৱাত প্ৰতিবাদত জড়িত ডাঃ নাজনীন আনছাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এই ঘটনা অতি বেদনাদায়ক বুলি অভিহিত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পশ্চিমবংগ চৰকাৰ। যাৰ বাবে এতিয়া তাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজনীয় অভিহিত কৰিছে বহুতেই।

      প্ৰতিবাদ সাব্যস্ত কৰি থকা ফিৰোজে কয় যে, পশ্চিম বংগত ইয়াৰ পূৰ্বেও বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। গণতান্ত্ৰিক দেশত এই ধৰণৰ ঘটনা মানি ল’ব নোৱাৰি। যদিহে পশ্চিমবংগ চৰকাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহলে এই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ হব লাগে।

      পশ্চিম বংগ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিয়েও মুৰ্ছিদাবাদৰ হিংসাৰ সন্দৰ্ভত মমতা চৰকাৰক অহৰহ আক্ৰমণ চলাই আছে। ইয়াৰ বাবে বিজেপিয়ে মুখ্যমন্ত্ৰীক জগৰীয়া কৰাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে।

      Tags: mursidabadWAQFWest Bengal

      Related Posts

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025

      শীৰ্ষ সংবাদ

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist