• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপুনিও বাৰু মুখত বৰফ প্ৰয়োগ কৰে নেকি? হওক সতৰ্ক, আপোনাৰ সৌন্দৰ্য্য হ’ব ম্লান…

Nation NE by Nation NE
April 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আপুনিও বাৰু মুখত বৰফ প্ৰয়োগ কৰে নেকি? হওক সতৰ্ক, আপোনাৰ সৌন্দৰ্য্য হ’ব ম্লান…
Share on FacebookShare on TwitterWhatsApp

মুখত বৰফ ঘঁহা অৰ্থাৎ বৰফ ফেচিয়েল আজিকালি সৌন্দৰ্য্যৰ ৰুটিনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ই কেৱল ছালখন ঠাণ্ডা কৰাই নহয়, মুখৰ ফুলা কমোৱা, পিম্পলছ নোহোৱা কৰা আৰু মুখৰ সতেজতা অনাত সহায় কৰে।

কিন্তু আপুনি জানেনে যদি বৰফ ভুল ধৰণে বা অধিক সময়ৰ বাবে মুখত ঘঁহি দিয়া হয়, তেন্তে ই আপোনাৰ ছালৰ অধিক ক্ষতিহে কৰিব পাৰে?  মুখত বৰফ লগালে কি কি অসুবিধা হয় জানো আহক-

  • ছাল জ্বলা-পোৰা

পোনে পোনে মুখত বৰফ লগালে বা মুখত বহুসময় ধৰি বৰফ ঘঁহিলে ছাল জ্বলা-পোৰা কৰিব পাৰে। ইয়াক ফ্ৰষ্ট বাইট বোলা হয়, য’ত ছালখন ৰঙা হৈ পৰে,  বা ছালত ফোঁহাও দেখা দিব পাৰে।

  • আৰ্দ্ৰতা নোহোৱা হোৱা

বৰফে ছালৰ পৰা প্ৰাকৃতিক আৰ্দ্ৰতা নোহোৱা কৰে। অবিৰতভাৱে বৰফ লগালে ছাল শুকান আৰু সংবেদনশীল হ’ব পাৰে। গতিকে সংবেদনশীল ছালত পোনে পোনে বৰফ লগালে ই ছালৰ ক্ষতি কৰিব পাৰে।

  • ৰক্তবাহী নলীৰ ক্ষতি

বৰফে আমাৰ ছালৰ ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ বৰফ ঠাণ্ডা হোৱাৰ বাবে নাক আৰু গালত থকা মিহি ৰক্তবাহী নলীবোৰ ফাটি যাব পাৰে, যাৰ ফলত ছালত ৰঙা দাগ বা দাগ পৰিব পাৰে।

  • ব্ৰেকআউট বৃদ্ধি

বৰফ প্ৰয়োগ কৰিলে ছালখন নিমিষতে সথিল হৈ পৰে। যদি ছালত ঘাম, মলি বা মেকআপ থাকে, তেন্তে বৰফ ঘঁহিলে ই ছিদ্ৰত প্ৰৱেশ কৰি ব্ৰেকআউট বৃদ্ধি কৰিব পাৰে।

মনত ৰখা উচিত যে কেতিয়াও মুখত পোনে পোনে বৰফ লগাব নালাগে। ইয়াক লগাবলৈ পৰিষ্কাৰ কাপোৰ বা কোমল কপাহেৰে মেৰিয়াই মুখত লগাব লাগে। সদায় ১ৰ পৰা ২ মিনিটতকৈ অধিক সময় বৰফ লগাব নালাগে।

Tags: HealthLifestyleMedical

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025