• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

মেইটেই এৰি কোনে প্ৰচলন কৰিছিল হিন্দু ধৰ্ম; ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতেই চৰ্চালৈ আহিছে এক বিষয়

Nation NE by Nation NE
July 11, 2024
in উত্তৰ পূৱ, মণিপুৰ
0 0
মেইটেই এৰি কোনে প্ৰচলন কৰিছিল হিন্দু ধৰ্ম; ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতেই চৰ্চালৈ আহিছে এক বিষয়

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পুনৰ এবাৰ চৰ্চালৈ আহিছে মণিপুৰ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী অসম-মণিপুৰ ভ্ৰমণৰ বাবে উপস্থিত হয়।

৮ জুলাই অৰ্থাত সোমবাৰে প্ৰথমে ৰাহুল গান্ধী উপস্থিত হৈছিল অসমত। দিল্লীৰ পৰা পোনে পোনে শিলচৰত উপস্থিত হৈ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। অসমত প্ৰায় এক ঘণ্টা কটোৱাৰ পাছত তেওঁ উপস্থিত হয় মণিপুৰৰ জিবিৰামত। বিগত এবছৰ ধৰি হিংসাৰ দাৱানলত জ্বলি থকা এই অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতি বিষয়ে বুজ লয় ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ ভ্ৰমণৰ পিছতেই পুনৰ এবাৰ চৰ্চালৈ আহিছে মণিপুৰ। গান্ধী উপস্থিত হোৱা মণিপুৰক জিবিৰাম নাম প্ৰদান কৰিছিল ইয়াৰ মহাৰাজা প্ৰম্হীবাই, যাক গৰীব নবাজ নামেৰে জনা যায়। তেওঁ মেইটেই ধৰ্ম ত্যাগ কৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছিল।

কোন আছিল মণিপুৰৰ প্ৰথমগৰাকী হিন্দু সম্ৰাট গৰীব নবাজ?  

ইতিহাস খুচৰিবলৈ গ’লে, মণিপুৰ সম্পৰ্কীয় বহুতো আকৰ্ষণীয় কাহিনী ওলাই পৰে। মহাভাৰততো ইয়াৰ কথা উল্লেখ আছে। ইয়াৰে ৰজা চিত্ৰবাহনৰ জীয়ৰী চিত্ৰাংগদাৰ সৈতে অৰ্জুন বিবাহপাশত আৱদ্ধ হৈছিল।

ইয়াত এনে বহুকেইজন ৰজা আছিল যিয়ে নিজকে অৰ্জুনৰ বংশধৰ বুলি কৈছিল। নংদা লাৰেন পাখানবাক মণিপুৰৰ প্ৰথম ৰজা বুলি কোৱা হয়। এই সময়ছোৱাত এক নতুন ধৰ্মৰ প্ৰচলন হৈছিল, যাক চানমাহী বুলি কোৱা হৈছিল। সেইসময়ত ৰাজ্যখনৰ নাম আছিল কাংলেইপাক। পাছলৈ মহাৰাজা প্ৰম্হীবাই এই ৰাজ্যৰ নাম মণিপুৰ দিয়ে।

মণিপুৰৰ প্ৰথমগৰাকী হিন্দু ৰজা

মেইটেই বংশৰ এগৰাকী ৰাজকুমাৰে মণিপুৰত হিন্দুধৰ্মৰ প্ৰচলন কৰিছিল। তেওঁ মেইটেই ধৰ্ম ত্যাগ কৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছিল। ৪ দশক ধৰি মণিপুৰত ৰাজত্ব কৰা মহাৰাজা প্ৰম্হীবাই কেনেকৈনো হিন্দুধৰ্ম গ্ৰহণ কৰিছিল তাৰ লগতো জড়িত হৈ আছে এক কাহিনী ।

কোৱা হয় যে, বংগৰ কিছুমান সাধু আৰু দৰ্শনাৰ্থী মণিপুৰলৈ আহিছিল। তেওঁ গৌড়িয়া  বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। দলটোক নেতৃত্ব দিছিল শান্তি বিষয়া আৰু গুৰু গোপাল দাসে। তেওঁ মণিপুৰলৈ আহি ৰজা প্ৰম্হীবাক লগ পাইছিল আৰু তেওঁক হিন্দুধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰিছিল। ইয়াৰ পাছত প্ৰম্হীবাই হিন্দুধৰ্ম গ্ৰহণ কৰে লগতে মেইটেই ধৰ্মৰ অনুগামীসকলকো হিন্দুধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়।

Tags: #ManipurKukiMeiteiRahul Gandhi

Related Posts

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

October 21, 2025

শীৰ্ষ সংবাদ

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025