• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

মেইটেই এৰি কোনে প্ৰচলন কৰিছিল হিন্দু ধৰ্ম; ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতেই চৰ্চালৈ আহিছে এক বিষয়

Nation NE by Nation NE
July 11, 2024
in উত্তৰ পূৱ, মণিপুৰ
0 0
মেইটেই এৰি কোনে প্ৰচলন কৰিছিল হিন্দু ধৰ্ম; ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতেই চৰ্চালৈ আহিছে এক বিষয়

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পুনৰ এবাৰ চৰ্চালৈ আহিছে মণিপুৰ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী অসম-মণিপুৰ ভ্ৰমণৰ বাবে উপস্থিত হয়।

৮ জুলাই অৰ্থাত সোমবাৰে প্ৰথমে ৰাহুল গান্ধী উপস্থিত হৈছিল অসমত। দিল্লীৰ পৰা পোনে পোনে শিলচৰত উপস্থিত হৈ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। অসমত প্ৰায় এক ঘণ্টা কটোৱাৰ পাছত তেওঁ উপস্থিত হয় মণিপুৰৰ জিবিৰামত। বিগত এবছৰ ধৰি হিংসাৰ দাৱানলত জ্বলি থকা এই অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতি বিষয়ে বুজ লয় ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ ভ্ৰমণৰ পিছতেই পুনৰ এবাৰ চৰ্চালৈ আহিছে মণিপুৰ। গান্ধী উপস্থিত হোৱা মণিপুৰক জিবিৰাম নাম প্ৰদান কৰিছিল ইয়াৰ মহাৰাজা প্ৰম্হীবাই, যাক গৰীব নবাজ নামেৰে জনা যায়। তেওঁ মেইটেই ধৰ্ম ত্যাগ কৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছিল।

কোন আছিল মণিপুৰৰ প্ৰথমগৰাকী হিন্দু সম্ৰাট গৰীব নবাজ?  

ইতিহাস খুচৰিবলৈ গ’লে, মণিপুৰ সম্পৰ্কীয় বহুতো আকৰ্ষণীয় কাহিনী ওলাই পৰে। মহাভাৰততো ইয়াৰ কথা উল্লেখ আছে। ইয়াৰে ৰজা চিত্ৰবাহনৰ জীয়ৰী চিত্ৰাংগদাৰ সৈতে অৰ্জুন বিবাহপাশত আৱদ্ধ হৈছিল।

ইয়াত এনে বহুকেইজন ৰজা আছিল যিয়ে নিজকে অৰ্জুনৰ বংশধৰ বুলি কৈছিল। নংদা লাৰেন পাখানবাক মণিপুৰৰ প্ৰথম ৰজা বুলি কোৱা হয়। এই সময়ছোৱাত এক নতুন ধৰ্মৰ প্ৰচলন হৈছিল, যাক চানমাহী বুলি কোৱা হৈছিল। সেইসময়ত ৰাজ্যখনৰ নাম আছিল কাংলেইপাক। পাছলৈ মহাৰাজা প্ৰম্হীবাই এই ৰাজ্যৰ নাম মণিপুৰ দিয়ে।

মণিপুৰৰ প্ৰথমগৰাকী হিন্দু ৰজা

মেইটেই বংশৰ এগৰাকী ৰাজকুমাৰে মণিপুৰত হিন্দুধৰ্মৰ প্ৰচলন কৰিছিল। তেওঁ মেইটেই ধৰ্ম ত্যাগ কৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছিল। ৪ দশক ধৰি মণিপুৰত ৰাজত্ব কৰা মহাৰাজা প্ৰম্হীবাই কেনেকৈনো হিন্দুধৰ্ম গ্ৰহণ কৰিছিল তাৰ লগতো জড়িত হৈ আছে এক কাহিনী ।

কোৱা হয় যে, বংগৰ কিছুমান সাধু আৰু দৰ্শনাৰ্থী মণিপুৰলৈ আহিছিল। তেওঁ গৌড়িয়া  বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। দলটোক নেতৃত্ব দিছিল শান্তি বিষয়া আৰু গুৰু গোপাল দাসে। তেওঁ মণিপুৰলৈ আহি ৰজা প্ৰম্হীবাক লগ পাইছিল আৰু তেওঁক হিন্দুধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰিছিল। ইয়াৰ পাছত প্ৰম্হীবাই হিন্দুধৰ্ম গ্ৰহণ কৰে লগতে মেইটেই ধৰ্মৰ অনুগামীসকলকো হিন্দুধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়।

Tags: #ManipurKukiMeiteiRahul Gandhi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026
‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025