• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
22 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

দলীয় নেতৃত্বৰ ওপৰত ক্ষোভ; বিজেপি ত্যাগ কৰাৰ ইংগিত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

Nation NE by Nation NE
July 11, 2024
in অসম, BIG BREAKING, Top News, ৰাজনীতি
0 0
দলীয় নেতৃত্বৰ ওপৰত ক্ষোভ; বিজেপি ত্যাগ কৰাৰ ইংগিত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

প্ৰাক্তন বিধায়ক অশোক শৰ্মা।

Share on FacebookShare on TwitterWhatsApp

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বৰে পৰা স্পষ্ট ৰূপত দেখা দিছিল বিজেপি দলৰ ভিতৰত চলা অন্তৰ্কন্দল। ন-পুৰণি বিজেপি নেতাৰ যুঁজখনে লৈছিল তীব্ৰৰূপ। ন-পুৰণি বিজেপি নেতাৰ মাজত চলা এই সংঘাতত ইন্ধন যোগোৱা অন্যতম জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই দল ত্যাগ কৰাৰ চিন্তা-চৰ্চা কৰিছে।

ন-বিজেপি নেতাৰ সংঘাত তথা দলীয় নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি দল এৰাৰ চিন্তা-চৰ্চা কৰা বুলি আজি মত পোষণ কৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই।

অৱশ্যে বিজেপি ত্যাগ কৰি শৰ্মাই আন কোন দলত যোগদান কৰিব সেই কথা স্পষ্টৰে উল্লেখ কৰা নাই। কিন্তু ২০ জুলাইত তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে বহু কথা ক’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে, দলৰ ভিতৰচ’ৰাত ক্ৰমান্বয়ে এলাগী হৈ পৰা কেইবাজনো জ্যেষ্ঠ নেতাই লোকসভা নিৰ্বাচনৰ সময়ত দলৰ নেতৃত্বৰ লগতে একাংশ মন্ত্ৰী-বিধায়কক মুকলিকৈ সমালোচনা কৰিছিল।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বাৰে বাৰে সমালোচনা কৰিছিল দলীয় নেতৃত্বক।

অশোক শৰ্মাই আনকি দলৰ ভিতৰত পুৰণি কৰ্মীয়ে গুৰুত্ব নাপাই বুলি ক্ষোভ উজাৰি অপাত্ৰৰ হাতত বৰ্তমান ক্ষমতা আহি পৰিছে বুলিও তাপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তদুপৰি ভোটদানৰ দিনটোতে ধাৰ কৰি বেছিদিন চৰকাৰ চলাব নোৱাৰে বুলিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আওপকীয়াকৈ সমালোচনা কৰিছিল।

Tags: Ashok SarmaBhabesh KalitaBJPHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025