• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমৰ ২০খন জিলাত হ’ব মকড্ৰিল? কোকৰাঝাৰ, ধুবুৰী, দৰং, ৰঙিয়া…….জানক সবিশেষ

Nation NE by Nation NE
May 6, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। দুয়োখন দেশৰ মাজত এই উত্তেজনা প্ৰতিদিনে বাঢ়ি গৈ আছে। ইফালে ভাৰত চৰকাৰে পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ নিশ্চিতভাৱে ল’ব বুলি স্পষ্ট কৰি দিছে।

এই সন্দৰ্ভত দেশৰ ২৪৪খন জিলাত অহা ৭ মে’ত মকড্ৰিল হ’ব।১৯৭১ চনৰ পিছত এয়া প্ৰথম এনে ড্ৰিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহলৈকে সকলোৱে তিনিজন সেনা প্ৰধানৰ সৈতে সাক্ষাৎ কৰিছে। এই কাৰণেই জম্মু-কাশ্মীৰত মোতায়েন কৰা হৈছে গধুৰ বাহিনী। মক ড্ৰিল সন্দৰ্ভত এখন তালিকা ওলাইছে। য’ত দেশৰ ২৪৪খন জিলাৰ নাম সন্নিবিষ্ট কৰা হৈছে। আজিৰ পৰাই এই জিলাসমূহত সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা হৈছে।

এই মক ড্ৰিলৰ সময়ত হ’ব ব্লেকআউট। অৰ্থাৎ আক্ৰমণৰ সময়ত সকলো ঘৰ, কাৰ্যালয় আৰু ৰাজহুৱা স্থানৰ লাইট বন্ধ কৰি দিয়া হ’ব। ইয়াৰ সমান্তৰালকৈ জোৰেৰে ছাইৰেনো বজোৱা হ’ব। ছাইৰেন শুনি মানুহে সজাগ হৈ নিৰাপদ স্থানত উপস্থিত হ’ব লাগিব। এই আক্ৰমণৰ সময়ত নাগৰিকক জীয়াই থাকিবলৈ প্ৰশিক্ষণ দিয়া হ’ব।

কাইলৈ ​​অনুষ্ঠিত হ’বলগীয়া মক ড্ৰিলৰ বাবে আজি (৬ মে’) গৃহ মন্ত্ৰালয়ত এখন বৈঠক চলি আছে। ইয়াত উপস্থিত থাকে ডি জি এন ডি আৰ এফ, ডি জি হোম গাৰ্ড, ডি জি ফায়াৰ। ৰেলৱে আৰু বিমান সুৰক্ষাৰ সৈতে জড়িত বিষয়াসকলো উপস্থিত থাকে। শ্ৰীনগৰত মক ড্ৰিলৰ প্ৰস্তুতি আৰম্ভ কৰিছে এছডিআৰএফে।

অসমৰ ২০ খন জিলাত হ’ব এই মকড্ৰিল-

বঙাইগাঁও, ডিব্ৰুগড়, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী, দৰং, গোলাঘাট।  

মকড্ৰিল হ’বলগীয়া আন আন জিলাসমূহ –

প’ৰ্ট ব্লেয়াৰ, হায়দৰাবাদ, বিশাখাপট্টনম, আলোগ, ইটানগৰ, টাৱাং, হাউলিং, কোটা, ৰাৱত-ভাটা, আজমেৰ, আলৱাৰ, বাৰমাৰ, ভাৰতপুৰ, বিকানেৰ, বুণ্ডী, গংগানগৰ, হনুমনগড়, জয়পুৰ, জয়শেলমেৰ, যোধপুৰ, উদয়পুৰ, ছিকাৰ, প্লেচেন্টা, চুৰাটগড়, আবু ৰোড, নাচিৰাবাদ, বাৰাউনী, কাটিহাৰ, পাটনা, পূৰ্ণিয়া, চণ্ডীগড়, দুৰ্গ, দদৰা, দমন, দিল্লী… ইত্যাদি।

Tags: Indiakashmirmockdrill

Related Posts

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ
Top News

December 16, 2025
ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য
Top News

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

December 16, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025

শীৰ্ষ সংবাদ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025