• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

Nation NE by Nation NE
May 8, 2025
in Top News, অসম
0 0
ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন
Share on FacebookShare on TwitterWhatsApp

ৰঙিয়াৰ তুলসীবাৰীত আৱতৰীয়া দিপাৱলী। জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে হিন্দু নাগৰিকৰ ওপৰত কৰাৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতৰ সেনাবাহিনীয়ে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাত উৎফুল্লিত হৈ পৰিছে ৰঙিয়াৰ বিভিন্ন দল-সংগঠন।

ৰাষ্ট্ৰীয় বজৰংগ দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে ভাৰতীয় সেনাৰ সাহসিকতাত প্ৰশংসা কৰাৰ লগতে অপাৰেশ্যনৰ সফলতাকৈ লৈ আনন্দ প্ৰকাশ কৰে। বুধবাৰে নিশা ৰঙিয়াৰ তুলসীবাৰীত এই সংগঠন দুটাই উদযাপন কৰে বিজয় উৎসৱ।

ভাৰত -ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংগঠনটোৰ নেতৃবৃন্দৰ লগতে কৰ্মীসকল সমবেত হৈ ফটকা ফুটাই হৰ্ষোল্লাস কৰে। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় শ্ৰী ৰাম আদি ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে সংগঠন দুটাৰ সদস্যসকলে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰো শলাগ লয়।

ইফালে সংগঠন দুটাৰ সাংগঠনিক যোজনা অনুসৰি ভাৰত সীমান্তৰ গাঁও আৰু নিকটৱৰ্তী চহৰৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰি নিবাস আৰু ভোজনৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

আনহাতে সেনা জোৱান আৰু আহত নাগৰিকৰ বাবে এক লাখ ইউনিট ৰক্ত দানৰো উদ্যোগ লোৱা বুলি জানিবলৈ দি ৰঙিয়া জিলা সমিতিৰ তত্বাৱধানত এহেজাৰ ইউনিট ৰক্তদানৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে।

Tags: Bajrang DalOperation SindoorRangia

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025