• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

Nation NE by Nation NE
May 8, 2025
in Top News, অসম
0 0
ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন
Share on FacebookShare on TwitterWhatsApp

ৰঙিয়াৰ তুলসীবাৰীত আৱতৰীয়া দিপাৱলী। জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে হিন্দু নাগৰিকৰ ওপৰত কৰাৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতৰ সেনাবাহিনীয়ে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাত উৎফুল্লিত হৈ পৰিছে ৰঙিয়াৰ বিভিন্ন দল-সংগঠন।

ৰাষ্ট্ৰীয় বজৰংগ দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে ভাৰতীয় সেনাৰ সাহসিকতাত প্ৰশংসা কৰাৰ লগতে অপাৰেশ্যনৰ সফলতাকৈ লৈ আনন্দ প্ৰকাশ কৰে। বুধবাৰে নিশা ৰঙিয়াৰ তুলসীবাৰীত এই সংগঠন দুটাই উদযাপন কৰে বিজয় উৎসৱ।

ভাৰত -ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংগঠনটোৰ নেতৃবৃন্দৰ লগতে কৰ্মীসকল সমবেত হৈ ফটকা ফুটাই হৰ্ষোল্লাস কৰে। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় শ্ৰী ৰাম আদি ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে সংগঠন দুটাৰ সদস্যসকলে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰো শলাগ লয়।

ইফালে সংগঠন দুটাৰ সাংগঠনিক যোজনা অনুসৰি ভাৰত সীমান্তৰ গাঁও আৰু নিকটৱৰ্তী চহৰৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰি নিবাস আৰু ভোজনৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

আনহাতে সেনা জোৱান আৰু আহত নাগৰিকৰ বাবে এক লাখ ইউনিট ৰক্ত দানৰো উদ্যোগ লোৱা বুলি জানিবলৈ দি ৰঙিয়া জিলা সমিতিৰ তত্বাৱধানত এহেজাৰ ইউনিট ৰক্তদানৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে।

Tags: Bajrang DalOperation SindoorRangia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025