• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্দান্ত বেটিঙেৰে অভিষেক শৰ্মাই IPLত ৰচিলে ইতিহাস; এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয়

Nation NE by Nation NE
May 20, 2025
in Top News, ক্ৰীড়া
0 0
দুৰ্দান্ত বেটিঙেৰে অভিষেক শৰ্মাই IPLত ৰচিলে ইতিহাস; এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয়
Share on FacebookShare on TwitterWhatsApp

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপেনাৰ বেটাৰ অভিষেক শৰ্মাই পুনৰ এবাৰ নিজৰ দৰ্শনীয় ইনিংছৰ জৰিয়তে হৃদয় জিনিবলৈ সক্ষম হৈছে অনুৰাগীৰ। সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত অভিষেক শৰ্মাই ৪টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ২০ টা বলত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। অভিষেক শৰ্মাৰ এই ইনিংছটোৰ সহায়তেই ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

সোমবাৰে খেলা এই ইনিংছটোৰ জৰিয়তে অভিষেক শৰ্মাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এল ইতিহাসত ২০টাতকৈও কম বলত সৰ্বাধিকবাৰ অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হ’ল অভিষেক শৰ্মা। এই পৰ্যন্ত ২০টাতকৈ কম বলত তেওঁ মুঠ চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে।

অভিষেকৰ পূৰ্বে কোনো ভাৰতীয়ই আই পি এলত এনে কৃতিত্ব অৰ্জন কৰা নাছিল। অভিষেক শৰ্মাই ২০২৪ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৬টা বলত, ২০২৫ চনত লক্ষ্ণৌৰ বিৰুদ্ধে ১৮টা আৰু ১৯টা বলত (২০২৪ চনত) আৰু ২০২৫ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ১৯টা বলত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি ২০২৪ চনৰ পৰা এতিয়ালৈকে আই পি এলত সৰ্বাধিক ছয় কোবোৱা বেটছমেনতো পৰিগণিত হৈছে অভিষেক শৰ্মা। ২০২৪ চনৰ পৰা এতিয়ালৈকে অভিষেকে আই পি এলত ২৭টা ইনিংছ খেলি মুঠ ৬৫টা ছয় কোবাইছে।

আই পি এলত ২০২৪ চনৰ পৰা ভাৰতীয় বেটছমেনৰ সৰ্বাধিক ছয়

৬৫* – অভিষেক শৰ্মা (২৭ ইনিংছ)

৬০ – ৰিয়ান পৰাগ (২৭ ইনিংছ)

৬০ – বিৰাট কোহলী (২৬ ইনিংছ)

৪৫ – শিৱম ডুবে (২৬ ইনিংছ)

৪৫ – প্ৰভসিমৰন সিং (২৩ ইনিংছ)

আনহাতে অভিষেক শৰ্মাৰ নামত সংযোজন হৈছে আন এক অভিলেখ। আই পি এলত টাৰ্গেটৰ পিছা কৰি ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে অভিষেক। টাৰ্গেট চেজ কৰাৰ ক্ষেত্ৰত অভিষেকে এতিয়ালৈকে ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটত ৫৭৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ পিছত আছে সূৰ্য্যকুমাৰ যাদৱ, যিয়ে টাৰ্গেট চেজ কৰাৰ সময়ত ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটৰ সহায়ত ৫৬৪ ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে।

আই পি এলত ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটৰ সহায়ত টাৰ্গেট চেজ কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ

৫৭৩*-অভিষেক শৰ্মা

৫৬৪- সূৰ্য্যকুমাৰ যাদৱ

৫৩৮ – নীতিশ ৰাণা

৫২০ – বিৰাট কোহলী

৫১৯ – সঞ্জু ছেমচন

৫০৮ – ফাফ ডু প্লেছিছ

উল্লেখ্য যে, সোমবাৰৰ মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছে ১৮.২ অভাৰতে ২০৬ ৰানৰ লক্ষ্যত উপনীত হৈ সহয় বিজয় সাব্যস্ত কৰে। মেচখনত বিস্ফোৰক ইনিংছ খেলা অভিষেক শৰ্মাক প্লেয়াৰ অৱ দ্যা মেচৰ সন্মানেৰে সন্মানিত কৰা হয়।

Tags: Abhishek SharmaCreates HistoryIPL 2025Sunrisers Hyderabad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025