• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্দান্ত বেটিঙেৰে অভিষেক শৰ্মাই IPLত ৰচিলে ইতিহাস; এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয়

Nation NE by Nation NE
May 20, 2025
in Top News, ক্ৰীড়া
0 0
দুৰ্দান্ত বেটিঙেৰে অভিষেক শৰ্মাই IPLত ৰচিলে ইতিহাস; এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয়
Share on FacebookShare on TwitterWhatsApp

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপেনাৰ বেটাৰ অভিষেক শৰ্মাই পুনৰ এবাৰ নিজৰ দৰ্শনীয় ইনিংছৰ জৰিয়তে হৃদয় জিনিবলৈ সক্ষম হৈছে অনুৰাগীৰ। সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত অভিষেক শৰ্মাই ৪টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ২০ টা বলত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। অভিষেক শৰ্মাৰ এই ইনিংছটোৰ সহায়তেই ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

সোমবাৰে খেলা এই ইনিংছটোৰ জৰিয়তে অভিষেক শৰ্মাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এল ইতিহাসত ২০টাতকৈও কম বলত সৰ্বাধিকবাৰ অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হ’ল অভিষেক শৰ্মা। এই পৰ্যন্ত ২০টাতকৈ কম বলত তেওঁ মুঠ চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে।

অভিষেকৰ পূৰ্বে কোনো ভাৰতীয়ই আই পি এলত এনে কৃতিত্ব অৰ্জন কৰা নাছিল। অভিষেক শৰ্মাই ২০২৪ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৬টা বলত, ২০২৫ চনত লক্ষ্ণৌৰ বিৰুদ্ধে ১৮টা আৰু ১৯টা বলত (২০২৪ চনত) আৰু ২০২৫ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ১৯টা বলত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি ২০২৪ চনৰ পৰা এতিয়ালৈকে আই পি এলত সৰ্বাধিক ছয় কোবোৱা বেটছমেনতো পৰিগণিত হৈছে অভিষেক শৰ্মা। ২০২৪ চনৰ পৰা এতিয়ালৈকে অভিষেকে আই পি এলত ২৭টা ইনিংছ খেলি মুঠ ৬৫টা ছয় কোবাইছে।

আই পি এলত ২০২৪ চনৰ পৰা ভাৰতীয় বেটছমেনৰ সৰ্বাধিক ছয়

৬৫* – অভিষেক শৰ্মা (২৭ ইনিংছ)

৬০ – ৰিয়ান পৰাগ (২৭ ইনিংছ)

৬০ – বিৰাট কোহলী (২৬ ইনিংছ)

৪৫ – শিৱম ডুবে (২৬ ইনিংছ)

৪৫ – প্ৰভসিমৰন সিং (২৩ ইনিংছ)

আনহাতে অভিষেক শৰ্মাৰ নামত সংযোজন হৈছে আন এক অভিলেখ। আই পি এলত টাৰ্গেটৰ পিছা কৰি ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে অভিষেক। টাৰ্গেট চেজ কৰাৰ ক্ষেত্ৰত অভিষেকে এতিয়ালৈকে ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটত ৫৭৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ পিছত আছে সূৰ্য্যকুমাৰ যাদৱ, যিয়ে টাৰ্গেট চেজ কৰাৰ সময়ত ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটৰ সহায়ত ৫৬৪ ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে।

আই পি এলত ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটৰ সহায়ত টাৰ্গেট চেজ কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ

৫৭৩*-অভিষেক শৰ্মা

৫৬৪- সূৰ্য্যকুমাৰ যাদৱ

৫৩৮ – নীতিশ ৰাণা

৫২০ – বিৰাট কোহলী

৫১৯ – সঞ্জু ছেমচন

৫০৮ – ফাফ ডু প্লেছিছ

উল্লেখ্য যে, সোমবাৰৰ মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছে ১৮.২ অভাৰতে ২০৬ ৰানৰ লক্ষ্যত উপনীত হৈ সহয় বিজয় সাব্যস্ত কৰে। মেচখনত বিস্ফোৰক ইনিংছ খেলা অভিষেক শৰ্মাক প্লেয়াৰ অৱ দ্যা মেচৰ সন্মানেৰে সন্মানিত কৰা হয়।

Tags: Abhishek SharmaCreates HistoryIPL 2025Sunrisers Hyderabad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025