• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
22 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক্সন মুডত অসম আৰক্ষী! এইবাৰ গো-মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

Nation NE by Nation NE
July 18, 2024
in Top News, অসম
0 0
এক্সন মুডত অসম আৰক্ষী! এইবাৰ গো-মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। এইবাৰল গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গাইখোৱাত গো-মাফিয়াক কেন্দ্ৰ কৰি আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় গো-মাফিয়া ছিৰাজুল হক।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছিৰাজুল হক বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

জানিব পৰা অনুসৰি, আজি পুৱতি নিশা ছিৰাজুল হকক লগত লৈ গাইখোৱাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীৰ এটা দলে। সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল গো-মাফিয়া ছিৰাজুলে। লগে লগে গোলকগঞ্জ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চলোৱা গুলীচালনাত আহত হয় ছিৰাজুল।

উল্লেখ্য যে, বিগত ৩০ ঘন্টাত ৰাজ্যত ৬ টাকৈ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা গোৱালপাৰাত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় দুজনকৈ দুৰ্ধৰ্ষ ডকাইত। গুলীবিদ্ধ ডকাইত দুটাৰ নাম আছান আলী আৰু জাহিদুল ইছলাম। আগিয়া থানাৰ পৰা তদন্তৰ বাবে লৈ অহাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাত দুয়োজনকে আৰক্ষীয়ে গুলীচালনা কৰে।

জানিব পৰা মতে, দুয়োজন ডকাইত ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল। আছান আলী আছিল অশোক গোৱেলৰ বাহন চালক আৰু জাহিদুল ইছলাম আছিল ডকাইতৰ দলটোৰ বাহন চালক।

ইফালে, বুধবাৰে কাছাৰ জিলাতো সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। কাছাৰ আৰক্ষীৰ গুলীত নিহত হৈছিল উগ্ৰপন্থীৰ তিনি সদস্য। মঙলবাৰে গ্ৰেপ্তাৰ কৰা তিনি উগ্ৰপন্থী সদস্যক লৈ নিশা অভিযান চলাইছিল আৰক্ষীয়ে। সেই অভিযানৰ সময়তে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ হয়। আৰক্ষীৰ গুলীত নিহত হয় তিনি উগ্ৰপন্থী সদস্য। নিহত উগ্ৰপন্থী দুজনৰ ঘৰ কাছাৰত আৰু আনজনৰ ঘৰ মণিপুৰত।

Tags: Assam PoliceEncounter

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025