• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home BIG BREAKING

      দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ; এতিয়াৰে পৰা দুবাৰকৈ হ’ব পৰীক্ষা

      Nation NE by Nation NE
      June 25, 2025
      in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
      0 0
      দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ; এতিয়াৰে পৰা দুবাৰকৈ হ’ব পৰীক্ষা
      Share on FacebookShare on TwitterWhatsApp

      যদি আপোনাৰ সন্তানে দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইয়ে ২০২৬ চনৰ পৰা দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ পদ্ধতিত বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে।

      এতিয়া ছাত্ৰ-ছাত্ৰীয়ে বছৰত দুবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত হেঁচা বা চাপ কমোৱা আৰু তেওঁলোকক উন্নত প্ৰদৰ্শনৰ দ্বিতীয়টো সুযোগ দিয়া।

      নতুন নিয়ম কি?

      চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে জনাইছে যে এতিয়াৰে পৰা দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথমটো পৰ্যায় ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।

      উল্লেখনীয় বিষয় এয়াই যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব। আনহাতে দ্বিতীয়টো পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ বিকল্প হ’ব। অৰ্থাৎ যদি কোনো শিক্ষাৰ্থীয়ে তেওঁৰ প্ৰথম প্ৰচেষ্টাৰ নম্বৰত সন্তুষ্ট নহয়, তেন্তে তেওঁ দ্বিতীয়টো পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

      কিয় লোৱা হ’ল এই সিদ্ধান্ত?

      নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শ অনুযায়ী চিবিএছইয়ে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক এক নমনীয় আৰু মানসিক চাপমুক্ত পৰিৱেশ প্ৰদান কৰা যাতে তেওঁলোকে নিজৰ ভুলৰ পৰা শিক্ষা ল’ব পাৰে আৰু উন্নত প্ৰদৰ্শন কৰিব পাৰে। ব’ৰ্ডৰ মতে এজন শিক্ষাৰ্থীৰ প্ৰতিভাৰ সম্পূৰ্ণ মূল্যায়ন এটা পৰীক্ষাৰ জৰিয়তে কৰিব নোৱাৰি।

      Tags: Board ExamCBSEClass 10

      Related Posts

      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      July 8, 2025
      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      শীৰ্ষ সংবাদ

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist