• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ; এতিয়াৰে পৰা দুবাৰকৈ হ’ব পৰীক্ষা

Nation NE by Nation NE
June 25, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ; এতিয়াৰে পৰা দুবাৰকৈ হ’ব পৰীক্ষা
Share on FacebookShare on TwitterWhatsApp

যদি আপোনাৰ সন্তানে দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইয়ে ২০২৬ চনৰ পৰা দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ পদ্ধতিত বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে।

এতিয়া ছাত্ৰ-ছাত্ৰীয়ে বছৰত দুবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত হেঁচা বা চাপ কমোৱা আৰু তেওঁলোকক উন্নত প্ৰদৰ্শনৰ দ্বিতীয়টো সুযোগ দিয়া।

নতুন নিয়ম কি?

চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে জনাইছে যে এতিয়াৰে পৰা দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথমটো পৰ্যায় ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।

উল্লেখনীয় বিষয় এয়াই যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব। আনহাতে দ্বিতীয়টো পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ বিকল্প হ’ব। অৰ্থাৎ যদি কোনো শিক্ষাৰ্থীয়ে তেওঁৰ প্ৰথম প্ৰচেষ্টাৰ নম্বৰত সন্তুষ্ট নহয়, তেন্তে তেওঁ দ্বিতীয়টো পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

কিয় লোৱা হ’ল এই সিদ্ধান্ত?

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শ অনুযায়ী চিবিএছইয়ে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক এক নমনীয় আৰু মানসিক চাপমুক্ত পৰিৱেশ প্ৰদান কৰা যাতে তেওঁলোকে নিজৰ ভুলৰ পৰা শিক্ষা ল’ব পাৰে আৰু উন্নত প্ৰদৰ্শন কৰিব পাৰে। ব’ৰ্ডৰ মতে এজন শিক্ষাৰ্থীৰ প্ৰতিভাৰ সম্পূৰ্ণ মূল্যায়ন এটা পৰীক্ষাৰ জৰিয়তে কৰিব নোৱাৰি।

Tags: Board ExamCBSEClass 10

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025