• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘আৰক্ষী যাদুকৰ বা ভগৱান নহয়’, বাংগালুৰুৰ পদপিষ্টৰ ঘটনাক লৈ RCBক দোষাৰোপ

Nation NE by Nation NE
July 1, 2025
in Top News, BIG BREAKING, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ খিতাপ দখলৰ পিছতেই বাংগালুৰু এন চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত আয়োজন কৰা বিজয় উৎসৱ ৰেলীত হোৱা পদপিষ্টৰ ঘটনাক লৈ বিপদ বাঢ়িছে আৰ চি বিৰ। বিজয় উৎসৱ ৰেলীত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুকে দোষাৰোপ কৰিছে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণে।

৪ জুনত আয়োজন কৰা বিজয় উৎসৱ ৰেলীত অভাৱনীয় ভিৰৰ বাবে হোৱা পদপিষ্টৰ ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছিল।

ইফালে, এই সমগ্ৰ ঘটনাক লৈ সমালোচনাৰ সন্মুখীন হোৱা আৰক্ষীৰ পক্ষত থাকি ন্যায়াধিকৰণে কয় যে আৰক্ষীও মানুহ, তেওঁলোক ‘ভগৱান’ নহয়, ‘যাদুকৰ’ নহয় আৰু তেওঁলোকৰ হাতত ‘আলাউদ্দিনৰ চাকি’ও নাই।

উল্লেখ্য যে, আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ দখলৰ পাছতেই দলটোক সন্মান জনোৱাৰ উদ্দেশ্যে ৪ জুনত বাংগালুৰুত আয়োজন কৰা হৈছিল বিজয় উৎসৱ। এই সময়তে এম চিন্নাস্বামী ষ্টেডিয়ামৰ সন্মুখত অজস্ৰ লোকৰ সমাগম হোৱাত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাত ১১ গৰাকী লোকৰ মৃত্যু হয় আৰু ৫০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।

এই ঘটনাৰ পিছতে আৰ চি বি মেনেজমেণ্ট যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল আৰু আৰক্ষীয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰি আৰ চি বিৰ শীৰ্ষ বিষয়াকে ধৰি মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

Tags: #StampedeBengaluruCentral Administrative TribunalRCBTribunalVictory Parade

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025