• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 5, 2025
27 °c
Guwahati
27 ° Sun
29 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি

      Nation NE by Nation NE
      July 5, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি
      Share on FacebookShare on TwitterWhatsApp

      অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে শৰীৰৰ ওজন বৃদ্ধি হোৱাটো এক সাধাৰণ সমস্যা। ইয়াৰ উপৰিও ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ বাবেও মেদবহুলতা বৃদ্ধি পায়।

      বিশেষজ্ঞসকলৰ মতে ৰাতি ৰাতিৰ আহাৰ খোৱাৰ পিছত লগে লগে শুব নালাগে। আচলতে ৰাতি খাদ্য খোৱাৰ লগে লগে শুই দিলে মেদবহুলতা বৃদ্ধি পায় আৰু পাচনতন্ত্ৰতো প্ৰভাৱ পৰে। ৰাতিৰ আহাৰ খোৱাৰ পিছত কি কি ভুলৰ পৰা সাৱধান হব লাগে জানো আহক-

      • অধিক পানী খাব নালাগে

      শৰীৰক হাইড্ৰেটেত কৰি ৰাখিবলৈ পানী সেৱন কৰাটো অতি প্ৰয়োজনীয়। কিন্তু, খাদ্যগ্ৰহণৰ পিছত পানী সেৱনৰ পূৰ্বে দুবাৰ ভাবিব লাগে। স্বাস্থ্য বিশেষজ্ঞৰ মতে যেতিয়াই খাদ্য শৰীৰত যায় তেতিয়াই হজম হ’বলৈ কমেও দুঘণ্টা সময় লাগে। এই সময়ত পানী খালে হজম শক্তিত প্ৰভাৱ পৰে। গতিকে খাদ্য খোৱাৰ অন্ততঃ ৪৫ৰ পৰা ৬০ মিনিটৰ পিছত পানী সেৱন কৰিব লাগে।

      • খোৱাৰ পিছত লগে লগে শুই যোৱা

      খাদ্য খোৱাৰ লগে লগে শুলে খাদ্য সঠিকভাৱে হজম নহয়, যাৰ বাবে ওজন বৃদ্ধি, এচিড ৰিফ্লাক্স আৰু হজম শক্তিৰ লগত জড়িত সমস্যা যেনে হাৰ্টবাৰ্ণ, গেছৰ এচিডিটি, পেট ফুলা আদি হ’বলৈ আৰম্ভ কৰে। খাদ্য খোৱা আৰু শুই থকাৰ মাজত কমেও ৩ৰ পৰা ৪ ঘণ্টাৰ ব্যৱধান থকাটো প্ৰয়োজনীয়।

      • কেফেইন সেৱন

      কিছুমান মানুহ চাহ-কফিৰ প্ৰতি ইমানেই আকৰ্ষিত যে তেওঁলোকে ৰাতিপুৱা আৰু গধূলি দুয়োটা সময়তে সেৱন কৰি ভাগৰ দূৰ কৰে। আনকি খোৱাৰ লগে লগে চাহ-কফি সেৱন কৰে। কেফেইন, যিটো প্ৰায়ে কফি আৰু চাহৰ দৰে পানীয়ত পোৱা যায়। বিশেষজ্ঞসকলৰ মতে খাদ্য খোৱাৰ লগে লগে কেফেইন সেৱন কৰিলে পাচনতন্ত্ৰ নষ্ট হ’ব পাৰে। শৰীৰে খাদ্য হজম কৰিব নোৱাৰে, যাৰ বাবে গেছ-এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ লগতে ওজনো বাঢ়িবলৈ আৰম্ভ কৰে।

      • ৰাতিৰ আহাৰ দেৰিকৈ খাব

      বেছিভাগ মানুহেই ৰাতিৰ আহাৰ দেৰিকৈ খোৱাৰ ভুল কৰে। আচলতে দিনটোৰ কাম শেষ কৰি থাকোঁতে মানুহে প্ৰায়ে দেৰি কৰে বা কেতিয়াবা মানুহৰ দেৰিকৈ খোৱাৰ অভ্যাস থাকে। এনে পৰিস্থিতিত মানুহে খোৱাৰ লগে লগে শুই পৰে। এইটোৱেই আটাইতকৈ ডাঙৰ ভুল, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পায়। শুই উঠাৰ কমেও ২-৩ ঘণ্টা আগতে ৰাতিৰ আহাৰ খাব লাগে, যাতে আপোনাৰ পাচনতন্ত্ৰই খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় পায়। গতিকে ৰাতি ৭-৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ খাই ১০-১১ বজাৰ ভিতৰত শুব লাগে, যাতে ৰাতিপুৱা সময়মতে সাৰ পাব পাৰে।

      ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত এইবোৰ যত্ন লওক-

      – যদি পলমকৈ খোৱাটো আপোনাৰ বাধ্যবাধকতা, তেন্তে মনত ৰাখিব যে আপুনি এনে খাদ্য খায় যিবোৰ সহজে হজম হ’ব পাৰে। ৰাতিৰ আহাৰত আঁহৰ পৰিমাণ বেছি ৰাখিব লাগে। ৰাতিৰ আহাৰত শাক-পাচলি আৰু চালাড অন্তৰ্ভুক্ত কৰিব লাগে যাতে খাদ্য হজম কৰাত কোনো সমস্যা নহয়।

      – ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছুদূৰ খোজ কাঢ়িব লাগে।

      Tags: HealthHealth BenefitsHealthy life

      Related Posts

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
      Top News

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

      July 5, 2025
      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক
      Top News

      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক

      July 5, 2025
      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ
      Top News

      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

      July 5, 2025
      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা,  জানক এই দেশৰ…
      Top News

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা, জানক এই দেশৰ…

      July 5, 2025
      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?
      Top News

      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

      July 5, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 5, 2025

      শীৰ্ষ সংবাদ

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক

      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা, জানক এই দেশৰ…

      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP