• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি

Nation NE by Nation NE
July 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি
Share on FacebookShare on TwitterWhatsApp

অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে শৰীৰৰ ওজন বৃদ্ধি হোৱাটো এক সাধাৰণ সমস্যা। ইয়াৰ উপৰিও ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ বাবেও মেদবহুলতা বৃদ্ধি পায়।

বিশেষজ্ঞসকলৰ মতে ৰাতি ৰাতিৰ আহাৰ খোৱাৰ পিছত লগে লগে শুব নালাগে। আচলতে ৰাতি খাদ্য খোৱাৰ লগে লগে শুই দিলে মেদবহুলতা বৃদ্ধি পায় আৰু পাচনতন্ত্ৰতো প্ৰভাৱ পৰে। ৰাতিৰ আহাৰ খোৱাৰ পিছত কি কি ভুলৰ পৰা সাৱধান হব লাগে জানো আহক-

  • অধিক পানী খাব নালাগে

শৰীৰক হাইড্ৰেটেত কৰি ৰাখিবলৈ পানী সেৱন কৰাটো অতি প্ৰয়োজনীয়। কিন্তু, খাদ্যগ্ৰহণৰ পিছত পানী সেৱনৰ পূৰ্বে দুবাৰ ভাবিব লাগে। স্বাস্থ্য বিশেষজ্ঞৰ মতে যেতিয়াই খাদ্য শৰীৰত যায় তেতিয়াই হজম হ’বলৈ কমেও দুঘণ্টা সময় লাগে। এই সময়ত পানী খালে হজম শক্তিত প্ৰভাৱ পৰে। গতিকে খাদ্য খোৱাৰ অন্ততঃ ৪৫ৰ পৰা ৬০ মিনিটৰ পিছত পানী সেৱন কৰিব লাগে।

  • খোৱাৰ পিছত লগে লগে শুই যোৱা

খাদ্য খোৱাৰ লগে লগে শুলে খাদ্য সঠিকভাৱে হজম নহয়, যাৰ বাবে ওজন বৃদ্ধি, এচিড ৰিফ্লাক্স আৰু হজম শক্তিৰ লগত জড়িত সমস্যা যেনে হাৰ্টবাৰ্ণ, গেছৰ এচিডিটি, পেট ফুলা আদি হ’বলৈ আৰম্ভ কৰে। খাদ্য খোৱা আৰু শুই থকাৰ মাজত কমেও ৩ৰ পৰা ৪ ঘণ্টাৰ ব্যৱধান থকাটো প্ৰয়োজনীয়।

  • কেফেইন সেৱন

কিছুমান মানুহ চাহ-কফিৰ প্ৰতি ইমানেই আকৰ্ষিত যে তেওঁলোকে ৰাতিপুৱা আৰু গধূলি দুয়োটা সময়তে সেৱন কৰি ভাগৰ দূৰ কৰে। আনকি খোৱাৰ লগে লগে চাহ-কফি সেৱন কৰে। কেফেইন, যিটো প্ৰায়ে কফি আৰু চাহৰ দৰে পানীয়ত পোৱা যায়। বিশেষজ্ঞসকলৰ মতে খাদ্য খোৱাৰ লগে লগে কেফেইন সেৱন কৰিলে পাচনতন্ত্ৰ নষ্ট হ’ব পাৰে। শৰীৰে খাদ্য হজম কৰিব নোৱাৰে, যাৰ বাবে গেছ-এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ লগতে ওজনো বাঢ়িবলৈ আৰম্ভ কৰে।

  • ৰাতিৰ আহাৰ দেৰিকৈ খাব

বেছিভাগ মানুহেই ৰাতিৰ আহাৰ দেৰিকৈ খোৱাৰ ভুল কৰে। আচলতে দিনটোৰ কাম শেষ কৰি থাকোঁতে মানুহে প্ৰায়ে দেৰি কৰে বা কেতিয়াবা মানুহৰ দেৰিকৈ খোৱাৰ অভ্যাস থাকে। এনে পৰিস্থিতিত মানুহে খোৱাৰ লগে লগে শুই পৰে। এইটোৱেই আটাইতকৈ ডাঙৰ ভুল, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পায়। শুই উঠাৰ কমেও ২-৩ ঘণ্টা আগতে ৰাতিৰ আহাৰ খাব লাগে, যাতে আপোনাৰ পাচনতন্ত্ৰই খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় পায়। গতিকে ৰাতি ৭-৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ খাই ১০-১১ বজাৰ ভিতৰত শুব লাগে, যাতে ৰাতিপুৱা সময়মতে সাৰ পাব পাৰে।

ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত এইবোৰ যত্ন লওক-

– যদি পলমকৈ খোৱাটো আপোনাৰ বাধ্যবাধকতা, তেন্তে মনত ৰাখিব যে আপুনি এনে খাদ্য খায় যিবোৰ সহজে হজম হ’ব পাৰে। ৰাতিৰ আহাৰত আঁহৰ পৰিমাণ বেছি ৰাখিব লাগে। ৰাতিৰ আহাৰত শাক-পাচলি আৰু চালাড অন্তৰ্ভুক্ত কৰিব লাগে যাতে খাদ্য হজম কৰাত কোনো সমস্যা নহয়।

– ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছুদূৰ খোজ কাঢ়িব লাগে।

Tags: HealthHealth BenefitsHealthy life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025