• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
28 °c
Guwahati
29 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      Nation NE by Nation NE
      July 9, 2025
      in Top News, ক্ৰীড়া
      0 0
      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ
      Share on FacebookShare on TwitterWhatsApp

      টেষ্টৰ শেহতীয়া বেটিং ৰেংকিং ঘোষণা কৰিছে আই চি চিয়ে। নাম্বাৰ ৱানৰ ৰাজত্ব শেষ জো ৰুটৰ। জো ৰুটক আঁতৰাই টেষ্ট ৰেংকিঙৰ প্ৰথম স্থানত অধিষ্ঠিত হৈছে তেওঁৰেই সতীৰ্থ হেৰী ব্ৰুক। ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হোৱা ৰুট ৰেংকিঙৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে।

      আই চি চিৰ বেটিং টেষ্ট ৰেংকিঙত কেন উইলিয়ামছন তৃতীয় স্থানত থকাৰ বিপৰীতে ভাৰতৰ যশস্বী জয়ছৱাল চতুৰ্থ স্থানত আছে। ৰেংকিঙৰ পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ।

      আইচিচিৰ শেহতীয়া বেটিং টেষ্ট ৰেংকিঙত আটাইতকৈ ডাঙৰ লাভ হৈছে শুভমন গিলৰ। ১৫টা স্থান আগুৱাই তেওঁ উপনীত হৈছে ষষ্ঠ স্থানত। উল্লেখ্য যে এজবাষ্টন টেষ্টত গিলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই প্ৰথম ইনিংছত দ্বিশতক আৰু দ্বিতীয় ইনিংছত শতকীয় ইনিংছেৰে সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰিছিল।

      ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমা ৭ নম্বৰত আছে। একে সময়তে এটা স্থান অৱনমিত হৈছে ভাৰতৰ ঋষভ পন্তৰ। পন্ত এতিয়া ৰেংকিঙৰ অষ্টম স্থানত আছে।

      আই চি চিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিঙত শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছ ৯ নম্বৰত আৰু ইংলেণ্ডৰ উইকেটকীপাৰ জেমী স্মিথ ১০ নম্বৰত আছে।

      Tags: ICCJoe RootShubhman GillTest Ranking

      Related Posts

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ
      Top News

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      July 9, 2025
      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ৰাজস্থানত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; পাইলটসহ দুজনৰ মৃত্যু

      মগজুৰ ষ্ট্ৰোক হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ সংকেত, জানক সবিশেষ…

      শ্ৰমিকৰ ভাগ্য সলনি, খনিৰ পৰা উদ্ধাৰ ১১ কেৰেটৰ হীৰা, দাম জানি আচৰিত হ’ব আপুনি…

      শীৰ্ষ সংবাদ

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      ৰাজস্থানত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; পাইলটসহ দুজনৰ মৃত্যু

      মগজুৰ ষ্ট্ৰোক হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ সংকেত, জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist